• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 28, 2021 2:50 pm

2 min read

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ
167
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিচো ৰাবাদাই বৃহস্পতিবাৰে টেষ্ট ক্ৰিকেটত ২০০ উইকেট সম্পূৰ্ণ কৰিছে। তেওঁ এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টম খেলুৱৈ।

ইয়াৰ উপৰি দ্ৰুততম ২০০ টেষ্ট উইকেট লোৱা তেওঁ দক্ষিণ আফ্ৰিকাৰ তৃতীয়গৰাকী বলাৰ হিচাপেও পৰিগণিত হয়।

সোঁহতীয়া বলাৰ ৰাবাদাই কৰাচীৰ নেশ্যনেল ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে চলি থকা প্ৰথম টেষ্টৰ প্ৰথম দিনটোত এই কৃতিত্ব অৰ্জন কৰে।

ডেল ষ্টেইন হৈছে ২০০ টেষ্ট উইকেট লাভ কৰা দক্ষিণ আফ্ৰিকাৰ আটাইতকৈ দ্ৰুততম আৰু এলান ড’নাল্ড হৈছে দ্বিতীয় দ্ৰুততম বলাৰ।

ইফালে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ৱাকাৰ য়ুনিছ (৭,৭৩০ বল) আৰু নিজৰেই দেশৰ ডেল ষ্টেইন (৭,৮৪৮ বল)ৰ পিছত সবাটোকৈ কম বলত ২০০ টেষ্ট উইকেট লোৱা ৰাবাডা তৃতীয় দ্ৰুততম বলাৰ হিচাপে পৰিগণিত হয়।

ৰাবাডাই ২০০ টা উইকেট সম্পূৰ্ণ কৰাৰ বাবে ৮,১৫৪ টা বল কৰিবলগীয়া হৈছে।

ক্ৰিকেটৰ দীৰ্ঘতম ফৰ্মেটোত এক আকৰ্ষণীয় কৃতিত্ব অৰ্জন কৰা ৰাবাডা হৈছে চতুৰ্থ কনিষ্ঠতম বলাৰ।

এই মুহূৰ্তত, ২০০তকৈও অধিক টেষ্ট উইকেট দখল কৰা বলাৰৰ মাজত ৰাবাডাৰ সৰ্বশ্ৰেষ্ঠ ষ্ট্ৰাইক ৰেট আছে।

ইফালে, পাকিস্তানে প্ৰথম টেষ্টৰ তৃতীয় দিনা প্ৰথম ইনিংছত সকলো উইকেট হেৰুৱাই ৩৭৮ ৰাণ কৰে আৰু প্ৰথম ইনিংছত ১৫৮ ৰাণৰ অগ্ৰগতি লাভ কৰে।

দক্ষিণ আফ্ৰিকাই তেওঁলোকৰ প্ৰথম ইনিংছত ২২০ ৰাণ সংগ্ৰহ কৰিছিল। আৰু বাতৰি লিখালৈকে তেওঁলোকৰ দ্বিতীয় ইনিংছত এটা উইকেট হেৰুৱাই ৬৮ ৰান সংগ্ৰহ কৰিছে।

Recent News

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd