DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঢোলৰ ৰাণী পূণ্য প্ৰভা দত্ত তামুলীক কলাগুৰু বঁটা প্ৰদান কৰিলে অসম যুৱ পৰিষদে

এন ই নাও নিউজ,টিয়ক by এন ই নাও নিউজ,টিয়ক
June 20, 2022 9:44 pm
64
VIEWS
Share on FacebookShare on Twitter

অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা যোৰহাট জিলা আৰু টীয়ক বিধান পৰিষদৰ সহযোগত কলাগুৰু বিষ্ণু ৰাভাৰ ৫৩ সংখ্যক মৃত্যু তিথিৰ দিনা আজি এক সম্বৰ্দ্ধনা অনুষ্ঠান টীয়কৰ কাকজান ঢাৰিগাঁৱৰ ৰংগমঞ্চত পালন কৰা হয়।

এই উপলক্ষ্যে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু বৰগোহাইৰ  সভাপতিত্বত আয়োজিত এই সম্বৰ্দ্ধনা সভাত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰা,টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা,টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াকে প্ৰমুখ্য কৰি ভালে সংখ্যক দলীয় নেতাৰ উপস্থিতি থাকে।

অসমৰ ঢোলৰ ৰাণী পূণ্য প্ৰভা দত্ত তামুলীক নগদ ধনসহ স্মাৰক,জাপিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰি কলাগুৰু বঁটা আনুষ্ঠানিক প্ৰদান কৰাৰ লগতে শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰে উদ্যোক্তাসকলে।

ইপিনে ৰুগীয়া দেহাৰেই শিল্পীগৰাকীয়ে কান্ধত ঢোল লৈ এচাপৰ বজাই সকলোকে আপ্লুত কৰি তোলে।

Recent News

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd