• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰ-ছাত্ৰীয়ে নম্বৰৰ বিপৰীতে মানৱীয় গুণ আহৰণত গুৰুত্ব দিব লাগে : ড০ আবু হানিফা

নগাঁৱৰ কলংপাৰ বিদ্যাপীঠৰ নৱাগত আদৰণী সভা; কৃতী শিক্ষাৰ্থীক হেমকান্ত সোঁ‌ৱৰণী বঁ‌টা

মিণ্টু দাস by মিণ্টু দাস
September 14, 2018 2:58 pm
bcdc8bb3-d689-4829-8bc3-0b3473c63e90
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান তথা কনিষ্ঠ মহাবিদ্যালয় কলংপাৰ বিদ্যাপীঠৰ ত্ৰিবিংশতি সংখ্যক নৱাগত আদৰণী সভা অনুষ্ঠিত হয়। এই উপলক্ষে বৃহস্পতিবাৰে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত প্ৰাক্তন মন্ত্ৰী, অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিদ্যাপীঠখনৰ অধ্যক্ষ অমৰজিৎ গোস্বামীয়ে নৱাগতসকলক আনুষ্ঠানিকভাৱে আদৰণী জনায়।

ভাষণ প্ৰসংগত অধ্যক্ষগৰাকীয়ে কিছু যুৱকৰ উদ্যোগত ১৯৯৬ চনত সেৱাৰ মানসেৰে কলংপাৰ বিদ্যাপীঠ প্ৰতিষ্ঠা কৰাৰ ইতিহাস সোঁ‌ৱৰণ কৰে আৰু আহি থকা দিনতো কেৱল সমাজ সেৱাৰ লক্ষ্য-উদ্দেশ্য আগত ৰাখিয়ে শিক্ষানুষ্ঠান পৰিচালিত হৈ থাকিব বুলি মন্তব্য কৰে।

Apply Now

মুকলি সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত অধ্যাপক, জ্যেষ্ঠ সাংবাদিক ড০ আবু হানিফাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়– ”সমাজত এতিয়া প্ৰকৃত মানুহৰ সংখ্যা দিনক দিনে কমি আহিছে। এতিয়াৰ নতুন প্ৰজন্মৰ গৰিষ্ঠসংখ্যকেই নম্বৰৰ পিছত দিন-ৰাতি একাকাৰ কৰে। অভিভাৱকৰ পৃষ্ঠপোষকতাত এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নম্বৰৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। কিন্তু মানৱীয় গুণ আহৰণত কোনেও গুৰুত্ব প্ৰদান কৰা নাই’।

শিক্ষাৰ্থী হিমাক্ষী বৰদলৈ, ৰুহুল আমিন, অংকিতা কুণ্ডু আৰু বিকাশ শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা সভাত ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা আৰু বাণিজ্য শাখাত শীৰ্ষস্থান লাভ কৰা সম্প্ৰীতি ৰাজখোৱা আৰু ৰৌণক লোহিয়াক ২০১৮ বৰ্ষৰ শিক্ষাবিদ হেমকান্ত শৰ্মা সোঁ‌ৱৰণী বঁ‌টা প্ৰদান কৰা হয়। বঁ‌টা প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ, বিদ্যাপীঠখনৰ ৰেক্তৰ ৰত্নকান্ত দেৱনাথে।

উক্ত সভাতে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক তথা শিক্ষানুষ্ঠানখনৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক পদুম ৰাজখোৱাক উষ্ম সম্ভাষণ জনোৱা হয়। সভাৰ আৰম্ভণিতে শিক্ষাবিদ হৰেশ্বৰ গোস্বামী আৰু হেমকান্ত শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্প তৰ্পণ কৰা হয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd