• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়া জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সংবাদ মেল : ২১ৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
August 23, 2020 8:16 pm
index.jpgkk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ প্ৰাচীনতম আৰু অসমৰ বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠী কলিতা জনগোষ্ঠীৰ সত্তৰ লাখতকৈয়ো অধিক জনসংখ্যা থকা জনগোষ্ঠীটো আজিও বিভিন্ন সমস্যাৰে জৰ্জড়িত বুলি কলিতা জনগোষ্ঠী সন্মিলন, অসমে অভিযোগ কৰে।

আজি মাৰ্ঘেৰিটাত আয়োজিত এক সংবাদ মেলত সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে কলিতা জনগোষ্ঠীৰ দাবীসমূহৰ প্ৰতি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে।

Apply Now

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জয় সূৰ্য্য বৰা, তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা দেবেন ডেকা, জিলা সমিতিৰ সভাপতি ধৰণী শইকীয়া, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মীনা বৰ্মন, তিনিচুকীয়া জিলাৰ সাংগঠনিক সম্পাদক পংকজ ডেকা, কলিতা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুৰজ তালুকদাৰ, সভপতি প্ৰসেনজিৎ কাকতি, মাৰ্ঘেৰিটাৰ সঞ্জীৱ বৰুৱা আৰু চন্দন শইকীয়াৰ উপস্থিত থাকে।

সংবাদমেলত জনগোষ্ঠীটোৰ নেতৃত্বই সংবিধানৰ ৩৪২ অনুচ্ছেদৰ যোগেদি কলিতা জনগোষ্ঠীক অনুসূচিত জনজাতি ঘোষণা কৰি ২৪৪(২০) আৰু ২৭৫(১০) অনুচ্ছেদৰ ভিত্তিত ষষ্ঠ অনুসূচীভূক্ত কৰা, ১৯৮৩ চনত গঠিত টি পি তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ মতে অজনজাতীয় খিলঞ্জীয়া অসমীয়াসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰাৰ দাবী জনায়।

তেওঁলোকে প্ৰাগজ্যোতিষপুৰ নামেৰে কলিতা জনগোষ্ঠীৰ বাবে সুকীয়া স্বায়ত্ত্ব শাসিত পৰিষদ শীঘ্ৰে গঠন কৰাৰো দাবী উত্থাপন কৰে।

ইয়াৰ বাহিৰে কলিতা জনগোষ্ঠী উন্নয়ন পৰিষদ শীঘ্ৰে গঠন কৰা, বিটিএডি বিধান পৰিষদত কলিতা জনগোষ্ঠীয় সদস্যৰ প্ৰতিনিধিত্ব বাধ্যতামূলক কৰি আইন প্ৰয়ন কৰা, চৰকাৰী নিয়োগ নীতিৰ ক্ষেত্ৰত ৩০ শতাংশ আসন সংৰক্ষণ কৰিবলৈ দাবী জনায়।

উচ্চ শিক্ষাৰ ক্ষেত্ৰত কলিতা জনগোষ্ঠীৰ বাবে ৩০ শতাংশ আসন সংৰক্ষণ কৰাৰ, অসমৰ প্ৰতিখন জিলাতে ভগদত্ত ভৱন আৰু প্ৰকল্প স্থাপনৰ ব্যৱস্থা কৰা আদি দহটা দাবী উত্থাপন কৰে।

সন্মিলনৰ দাবী সমূহৰ সমাধানৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে জনগোষ্ঠীটোৱে ২০২১ৰ নিৰ্বাচন বৰ্জন কৰিব বুলি অৱগত কৰে নেতৃবৃন্দই।

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd