• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত যোগদান : মেৰুদণ্ডবিহীন কমল কুমাৰ মেধি! ডলাৰ বগৰীতকৈও স্থিতিহীন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2024 9:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“হিমন্ত বিশ্ব শৰ্মা এটা নক্ষত্ৰ, আমি সৰু সৰু জোনাকী পৰুৱা। হিমন্ত বিশ্ব শৰ্মা এজন কিংবদন্তী। অসমখনক নতুন ধৰণে গঢ়িব লগা হয়, সঁচাসঁচিকৈ যদি উন্নত ৰাজ্য গঢ়িবলৈ হয়, সমাজৰ নিম্ন শ্ৰেণীৰ জীৱন ধাৰণ উন্নত কৰিব লগা হয়, হিমন্ত বিশ্ব শৰ্মাই কৰিব। উন্নয়নৰ সংজ্ঞাই সলনি কৰি পেলালে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই”

বিজেপিত যোগদান কৰি এইদৰে মূৰত গেৰুৱা টুপি পিন্ধি তৈলমৰ্দনেৰে উপচাই পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কমল কুমাৰ মেধিয়ে। আজি অ’ত কালি ত’তকৈ জোৰা লগাই লগাই ৰাজনৈতিক জীৱন চলাই নিয়া কমল কুমাৰ মেধিয়ে এসময়ত হিটলাৰ বুলি আক্ৰমণ কৰা হিমন্ত বিশ্ব শৰ্মাক আজি নক্ষত্ৰ আৰু কিংবদন্তী ৰাজনীতিক বুলি তেলেৰে উপচাই পেলালে। 

Apply Now

উল্লেখ্যে  যে নিজকে সততাৰ প্ৰতিমূৰ্তি বুলি দাবী কৰি সোমবাৰে বাজপেয়ী ভৱত বিজপিত যোগদান কৰে কমল কুমাৰ মেধিয়ে। ৰাজনৈতিক উচ্চাকাংক্ষা নাই বুলি দাবী কৰা কমল মেধিয়ে সাপে মুট সোলোৱাৰ দৰে দল সলাই থাকে। ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিৰ ইতিহাসত নিলৰ্জ্জৰ দৰে ডলাৰ বগৰীৰ কৃতিত্ব নিজে নিজে আজুৰি লৈছে কুমল কুমাৰ মেধিয়ে। ক্ষমতাৰ লালসাত দৌৰি দৌৰি ভাগৰি পৰি অৱশেষত এটা শাসকীয় দলত যোগদান কৰি নিজকে সততাৰ প্ৰতিমূৰ্তি অতি হাস্যকৰ দাবীও কৰিলে কমল মেধিয়ে। এসময়ত হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আৰু বিজেপি ফেচিষ্ট শক্তি বুলি দাবী কৰা কমল কুমাৰ মেধিয়ে এতিয়া নিজেই ফেচিষ্ট আৰু হিটলাৰৰ একান্ত অনুগত হ’ল। 

এইদৰে এসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ সৈতে তুলনা কৰিছিল কমল কুমাৰ মেধিয়ে। লগতে বিজেপিক কৈছিল ফেচিষ্ট শক্তি। সেই শক্তি এতিয়া জাহ গৈ ফেচিষ্ট হৈ পৰিল কমল কুমাৰ মেধিয়ে। সেয়ে এসময়ত নিজেই ফেচিষ্ট বুলি দাবী কৰাৰ বিজেপিক এতিয়া উন্নয়নক কৰুণাধাৰা বুলি জ্ঞান কৰিছে মেধিয়ে। কিন্তু মহানগৰৰ হাৱা পানী খাই নুদুকা পুদুকা হোৱা মেধিয়ে হয়তো পাহৰিছে যে ল’ৰি ফুৰা কেঁকোৰাৰ তেল নাথাকে। সেয়ে তেওঁ এময়ৰ ফেচিষ্টৰ চৰণ পখালিবলৈ গৈ কমল কুমাৰ মেধিয়ে এতিয়া দিছে কেতবোৰ অদ্ভূদ যুক্তি। যিবোৰ যুক্তি শুনি এতিয়া সচেতন মানুহ হৈ পৰিছে অবাক। মেধিৰ দাবীৰ মতে বিজেপি হৈছে এখন মহাসাগৰ আৰু সেই মহাসাগৰৰ তেওঁ এটা মাত্ৰ কণিকাহে। মৰীছিকাৰ দৰে ক্ষমতাৰ খকত দৌৰি দৌৰি ভাগৰি শেষত এটা ক্ষমতাসীন দলত যোগদান কৰা ডলাৰ বগৰী কমল কুমাৰ মেধিয়ে এই স্বভাৱ ইমানতে সামৰে নে আকৌ নিলৰ্জ্জৰ দৰে ভৱিষ্যতে অন্য দললৈ বাগৰে সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd