• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিচপুৰ ট্ৰাইবেলসকলক ঘূৰাই দিয়ক : কমলাকান্ত মুছাহাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 28, 2018 10:28 pm
Kamalakanta Musahari

সংবাদমেলৰ সময়ত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ প্ৰধান সম্পাদক কমলাকান্ত মুছাহাৰী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিচপুৰ অঞ্চলটো বড়ো, ৰাভা কাৰ্বি আৰু অন্যান্য ভূমিপুত্ৰসকলৰ মাটি। গতিকে দিচপুৰ খিলঞ্জীয়া জনজাতীয় লোকসকলক ঘূৰাই দিব লাগে। এই দাবী তুলিছে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ প্ৰধান সম্পাদক কমলাকান্ত মুছাহাৰীয়ে। আজি জনজাতি জিৰণি চ’ৰাত ট্ৰাইবেল যৌথ সমন্বয় সমিতিয়ে আয়োজন কৰা সংবাদমেলত তেওঁ এই দাবী কৰে।

“অসমৰ ৰাজধানী দিচপুৰ আমাক ঘূৰাই দিয়ক। এইবোৰ বড়ো, ৰাভা, কাৰ্বি আৰু অন্যান্য ভূমিপুত্ৰৰ মাটি।” কমলাকান্ত মুছাহাৰীয়ে কয়।

Apply Now

আনহাত, উক্ত সংবাদমেলতে তেওঁ মুখ্য মন্ত্ৰীৰ ‘বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়াম’ৰ শ্ল’গান আওৰাই কয়, “তেওঁৰ ভাষাৰেই কৈছো,  বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ-ভৈয়াম মিলি মুখ্য মন্ত্ৰীকে ধৰি ৬গৰাকী ভূমি পুত্ৰ জনজাতীয় মন্ত্ৰী আছে। তেওঁৰ দিনত উচ্চতম ন্যায়ালয়ত লাখ লাখ টকা খৰচ কৰি যাব লাগিব বুলি ভবা নাই। অসম বিধানসভাতে জনজাতীয় লোকৰ ভূমি সুৰক্ষাৰ কিবা হেস্ত-নেস্ত হ’ব লাগে।”

তেওঁ লগতে ‘ৰাজধানী ক্ষেত্ৰ উন্নয়ন আইন ২০১৭’ সংশোধন কৰিবই লাগিব বুলি দাবী তুলি লগতে কয়, “মাটি থাকিলেহে ভেটি থাকিব, ভেটি থাকিলে মানুহ থাকিব, মানুহ থাকিলে ভাষা-সংস্কৃতি থাকিব।”

আনহাতে, ‘মাটি যদি পাঞ্জাবী, মাৰোৱাৰী আৰু অন্যান্য বণিয়াৰ হাতত যায়, ক’ত থাকিব’ বুলি মন্তব্য কৰি মুছাহাৰীয়ে কয় “বড়োসকলে কিবাকৈ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত মাটি এডোখৰ পালে, কিন্তু ৰাজধানী সম্প্ৰসাৰণৰ নামত  ৰাভা, তিৱা, ডিমাছাৰ ভাষা-সংস্কৃতি শেষ হৈ যাব দিব নোৱাৰি।”

“কেবিনেটত ৬জনকৈ জনজাতীয় মন্ত্ৰী থকাৰ পাছতো আমি ৰাজধানী সম্প্ৰসাৰণৰ নামত মাটি এৰি পলাই যাব নোৱাৰো। যদি তেনেই কৰিব বিচাৰিছে তেন্তে দিচপুৰখনেই আমাক ঘূৰাই দিয়ক। দিচপুৰ আমাৰ বড়ো, ৰাভা, কাৰ্বিৰ মাটি। ৰাজধানী নগাওঁ, মৰিগাওঁ ক’ৰবাত লৈ যাওক।” এইদৰে কয় মুছাহাৰীয়ে।

আনহাতে মহন্তক প্ৰশংসা কৰি কয়, “প্ৰফুল্ল মহন্তই তেওঁৰ সময়ত ৰাজধানীখন নগাৱঁলৈ নিবলৈ লৈ ভাল সিদ্ধান্তই লৈছিল। শৰৎ সিংহই মেঘালয়ৰ গাৰো-খাচিসকলৰ পৰা খেদা খাই বড়ো, ৰাভা কাৰ্বিসকলৰ মাটিখিনিহে পালে নেকি?”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd