DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত কেনেকৈ কি কি নিয়ম মানি পাতিব লাগিব দুৰ্গা পূজা? ক’লে প্ৰশাসনে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 15, 2020 4:30 pm
05-10-19-Demow-Jibanta-Durga-3--1140x570

ফাইল ফটো।

2k
VIEWS
Share on FacebookShare on Twitter

দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ এখন যৌথ সভা বৃহস্পতিবাৰে অনুষ্ঠিত হয়।

জিলা পুথিভঁৰালত অনুষ্ঠিত হয় এই আলোচনা সভা।

এই সন্দৰ্ভত আলোচনা সভাত অতিৰিক্ত জিলা উপায়ুক্ত চিন্ময় নাথে কেতবোৰ নীতি নিৰ্ধাৰণ কৰি দিয়ে।

তলত সেইসমূহ উল্লেখ কৰা হ’লঃ

পূজা পাতিলে আৰক্ষী আয়ুক্ত পৰা প্ৰশাসনৰ অনুমতি লব লাগিব। ইয়াৰ বাবে স্থানীয় থানাত আবেদন কৰিব লাগিব ।

মূৰ্তি পূজা বা ঘট পূজা অনুষ্টুপীয়া কৈ অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱা হৈছে।

অস্থায়ী পেণ্ডেল, আহল বহল বা ৰাস্তাৰ ওপৰত হব নোৱাৰিব। পেণ্ডেল ৰাস্তাৰ পৰা এক মিটাৰ দূৰত্বত হ’ব লাগিব।

এটা সময়ত মাত্ৰ ৩০জন লোকহে সমবেত হ’ব পাৰিব আৰু হাত চেনিটাইজ কৰাৰ ব্যৱস্থা থাকিব লাগিব।

প্ৰৱেশ আৰু প্ৰস্থানৰ পথ সুকীয়া হ’ব লাগিব।

পূজাৰীয়ে অঞ্জলি দিলে মাইকৰ ব্যৱহাৰ কৰিব লাগিব যাতে দৰ্শনাৰ্থী ওচৰলৈ আহিব নোৱাৰে।

ষষ্ঠী আৰু দশমীৰ আগদিনা আয়োজক কমিটিৰ সকলোৱে কোভিড টেষ্ট কৰিব লাগিব।

স্থানীয় থানাত আয়োজক কমিটিৰ বিষয়ববীয়া আৰু শেষত সেৱকৰ নাম আবেদনৰ সময়ত জমা দিব লাগিব। লগতে পূজাৰীৰ নামো জমা দিব লাগিব। অন্যথা অনুমতি প্ৰদান কৰা নহ’ব।

ভক্ত প্ৰাণ ৰাইজৰ লগতে পূজাৰীয়েও মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

পূজা থলিত প্ৰসাদ দিব নোৱাৰিব। প্ৰসাদ ওচৰৰ মানুহক ঘৰত দি আহিব পাৰিব বা ঘৰলৈ পেকেট কৰি লৈ যাব লাগিব।

নিশা ১০ বজাৰ আগত পূজা মণ্ডপৰ সকলো কাম বন্ধ হ’ব।

কোনো মেলা বা সাংস্কৃতিক অনুষ্ঠান বা বজাৰ আদি পাতিব দিয়া নহ’ব।

অস্থায়ী দোকান ৰাজপথৰ দাঁতিত বহাব দিয়া নহ’ব।

পুৰুষ মাত্ৰ এজন বাইকত, মহিলা আৰু ১৫ বছৰৰ তলৰ শিশু দুজন যাব পাৰিব।

ৰেষ্টুৰেণ্ট ৰাতি ৯ বজালৈকে খোলা থাকিব, তাত বহি খাব নোৱাৰিব।

দেৱীৰ প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত সৰ্বোচ্চ ১০ জন লোক যাব পাৰিব, কোনো শোভাযাত্ৰা বাহিৰ কৰিবলৈ দিয়া নহ’ব।

স্থানীয় ঘাটতহে দেৱী বিসৰ্জন দিব পাৰিব। পাণ্ডু, চূনচালি, আজাৰা, কাছমাৰী ঘাট, সাউকুছি আৰু চন্দ্ৰপুৰ ঘাটত স্থানীয়ভাৱে দেৱী বিসৰ্জন দিব পাৰিব।

Recent News

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd