• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰশাসনে বান্ধি দিয়া নীতি-নিয়মৰ মাজেৰে আজিৰ পৰা খুলিব পাৰিব কিতাপৰ দোকান

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , April 22, 2020 5:43 pm

1 min read

108033383-bookshelf-zoom-1440

প্ৰতিনিধিত্বমূলক চিত্ৰ

7k
VIEWS
Share on FacebookShare on Twitter

কামৰূপ মহানগৰীৰ কিতাপৰ দোকান সমূহ মুকলি কৰাৰ ক্ষেত্ৰত মহানগৰ জিলা প্ৰশাসনে আজি এক নিৰ্দেশনা জাৰি কৰে। কিতাপ দোকান সমূহে প্ৰশাসনৰ নীতি-নিৰ্দেশনা সমূহ মানি চলিব লাগিব নিৰ্দেশনাত কোৱা হৈছে।

প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাত কোৱা হয় যে কিতাপৰ দোকান সমূহ কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবে খোলাৰ লগতে হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিব লাগে।

কোনো অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীয়ে কিতাপ ক্ৰয় কৰাৰ বাবে ব্যক্তিগত যান-বাহন ব্যৱহাৰ কৰিব নোৱাৰিব বুলি কোৱাৰ লগতে কিতাপ ক্ৰয় কৰিবলৈ আহোঁতে কোনোধৰণ অনুজ্ঞাপত্ৰ ল’ব নালাগে বা প্ৰশাসনৰ ফালৰ পৰাও প্ৰদান কৰা নহয় বুলি জনায়।

ইয়াৰ উপৰি কিতাপ ক্ৰয় কৰিবলৈ যাওঁতে সামাজিক দূৰত্ব মানি চলাৰ লগতে কৰ্মচাৰী সকলে মাস্কৰ ব্যৱহাৰ আৰু চেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব।

জিলা প্ৰশাসনে বান্ধি দিয়া সময় অনুসৰি পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈকেহে খুলিব পাৰিব কিতাপৰ দোকানসমূহ।

একেদৰে কিতাপৰ দোকানৰ কৰ্মচাৰী সকলে যান-বাহন লৈ আহিলে দেখাব লাগিব পৰিচয় পত্ৰ।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd