• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুমুহাৰ সৃষ্টি কৰি কংগনাই এইবাৰ পাকিস্তান অধিকৃত কাশ্মীৰৰ সৈতে তুলনা কৰিলে মুম্বাইক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2020 8:54 am
Actress-Kangana-Ranaut-min

অভিনেত্ৰী কংগনা ৰানাৱট।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটে শিৱসেনাৰ নেতা সঞ্জয় ৰাউতৰ সৈতে ভালকৈয়ে ফেৰ পাতি লৈছে।

বলীউদৰ বহু তাৰকাক লক্ষ্য কৰি লোৱাৰ পাছত কংগনাই এইবাৰ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতৰ বিৰুদ্ধে অভিযোগ আনিছে যে তেওঁ কংগনাক মুম্বাইলৈ উভতি নাহিবলৈ ধমক দিছে।

Apply Now

কংগনাই নিজৰ টুইটাৰ হেণ্ড’লত এটা টুইটৰ জৰিয়তে সঞ্জয় ৰাউতৰ সম্পৰ্কত মন্তব্য কৰি কৈছে যে তেওঁ এতিয়া মুম্বাইক পাকিস্তান অধিকৃত কাশ্মীৰ (POK) যেন অনুভৱ কৰিছে।

কংগনাই টুইটত লিখিছে: ‘’শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে মোক মুকলিকৈ ধমক দিছে আৰু কৈছে যে মই এতিয়া যাতে মুম্বাইলৈ উভতি নাহো। প্ৰথমতে মুম্বাইৰ ৰাজপথত স্বাধীনতাৰ শ্ল’গান দিয়া হৈছিল আৰু এতিয়া মুকলিকৈ ধমক দিবলৈ লোৱা হৈছে। মুম্বাইত পাকিস্তান অধিকৃত কাশ্মীৰৰ দৰে কিয় অনুভৱ হ’বলৈ ধৰিছে?’’

প্ৰকৃততে, কংগনাই যোৱা কিছুদিন ধৰি নিজৰ বাবে সুৰক্ষাৰ দাবী কৰি আহিছিল। এই সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধান মন্ত্ৰী মোদীৰ পৰা সহায় বিচাৰিছিল। যোৱা দিনবোৰত তেওঁ কৈছিল যে তেওঁ বলীউদৰ ড্ৰাগছৰ লিংক সম্পৰ্কত বহুত কথা জানে আৰু তেওঁ নাৰকোটিকছ কন্ট্ৰ’ল ব্যুৰোক সহায় কৰিব বিচাৰে। কিন্তু ইয়াৰ বাবে তেওঁক সম্পূৰ্ণ সুৰক্ষা লাগে।

কংগনাৰ এই বক্তৱ্যৰ পাছত বিজেপি নেতা ৰাম কদমে মহাৰাষ্ট্ৰ চৰকাৰক টুইটৰ জৰিয়তে কয় যে কংগনাই সুৰক্ষা বিচাৰিছে।

https://twitter.com/KanganaTeam/status/1301413968729210880

ইয়াৰ পাছতে কংগনাই টুইট কৰি কৈছিল যে তেওঁ হিমাচল প্ৰদেশ চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ পৰা সুৰক্ষা বিচাৰিছে। মুম্বাই আৰক্ষীৰ পৰাতো তেওঁৰ বিপদ আছে।

কংগনাৰ এই বক্তৱ্যৰ পাছত সঞ্জয় ৰাউতে তেওঁক কয় যে তেওঁ যাতে মু্ম্বাইলৈ উবতি নাহে।

শিৱসেনাৰ মুখপত্ৰ ‘সামনা’ত ৰাউতে কয়,’’মুম্বাইত থাকিয়েই মুম্বাই আৰক্ষীৰ সমালোচনা কৰা আৰু কংগনাই এইদৰে কোৱাটো বিপদজনক। এই তেওঁক আহ্বান জনাইছো তেওঁ যাতে মুম্বাইলৈ ঘুৰি নাহে। এয়া মুম্বাই আৰক্ষীৰ প্ৰতি অৱমাননা। গৃহ মন্ত্ৰ্যালয়ে ইয়াৰ ওপৰত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd