• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বৰ্তমান ক্ৰিকেটতকৈ দেশ বেছি গুৰুত্বপূৰ্ণ বুলি মন্তব্য বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 9, 2020 6:18 pm

1 min read

28bb4235a94799c45df81ded4d15820a
4.2k
VIEWS
Share on FacebookShare on Twitter

১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী অধিনায়ক কপিল দেৱে ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা সংকটৰ বাবে বৰ্তমান সময়ত ক্ৰিকেটতকৈ দেশ অধিক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে।

‍‘এই সময়ত, আমাৰ দেশ বেছি গুৰুত্বপূৰ্ণ। মই লোকসকলক সুৰক্ষিত আৰু নিজৰ যতন লৈ থাকিবলৈ ক’ব বিচাৰো। চৰকাৰৰ কথা শুনক, তেওঁলোকে বহু কষ্ট কৰি আছে’। এ এন আইক এইদৰে কয় কপিল দেৱে।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে বিশ্বৰ সকলো প্ৰান্ততে বেছিভাগ স্প’ৰ্টছ টুৰ্ণামেণ্ট সাময়িকভাৱে বাতিল কৰা হৈছে বা পিছুৱাই দিয়া হৈছে।

ভাৰততো ক’ৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এল এপ্ৰিলৰ মাজভাগলৈ পিছুৱাই দিছিল। টুৰ্ণামেণ্টখনৰ বাবে এতিয়াও পৰৱৰ্তী সময় নিৰ্ধাৰণ কৰা হোৱা নাই।

আই পি এল প্ৰসংগত কপিল দেৱৰ মত জানিব বিচৰাত তেওঁ কয়, ‍‘চাওক, এই সময়ত ক্ৰিকেট বিশেষ গুৰুত্বপূৰ্ণ নহয়, বৰ্তমান দেশ আৰু জনসাধাৰণহে বেছি গুৰুত্বপূৰ্ণ’।

উল্লেখ্য যে ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাই আছে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা। এই পৰ্যন্ত দেশত ৫,৭৩৪ ৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ১৬৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd