• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বলিউদৰ অভিনেত্ৰী আলিয়া ভাটৰ প্ৰথমখন ছবিত কি চৰ্ত আৰোপ কৰিছিল পৰিচালক কৰণ জোহৰে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 17, 2020 10:17 am

1 min read

cd6d980a03e6d7aafcd6c42ec5442225

ফাইল ফ'টো, সৌজন্য- ইন্টাৰেনট

55.7k
VIEWS
Share on FacebookShare on Twitter

অতি কম সময়তে কঠোৰ পৰিশ্ৰমৰ ফলত বলিউদত খোপনি পুতিবলৈ সক্ষম হৈছে আলিয়া ভাট।

বলিউদৰ ছবি নিৰ্মাতা তথা নিৰ্দেশ মহেশ ভাটৰ জীয়ৰী আলিয়াই বলিউদত নিজৰ কেৰিয়াৰ গঢ়িবলৈ পিতৃৰ সহায় লোৱা নাই। নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ বলতে আজিৰ স্থানত উপণীত হৈছে আলিয়া ভাট।

এই আলিয়া ভাটে বলিউদত প্ৰথম খোজ দিছিল কৰণ জোহৰৰ বলিউদৰ জনপ্ৰিয় তথা সফল ছবি ষ্টুডেণ্ট অৱ ইয়েৰৰ জৰিয়তে।

উল্লেখ্য যে এই ছবিখনৰ বাবে আলিয়া ভাটে ৫০০ গৰাকী যুৱতীৰ সৈতে অ’ডিচন দিবলগীয়া হৈছিল। আৰু সেই ৫০০ গৰাকী যুৱতীৰ মাজৰ পৰা আলিয়া নিৰ্বাচিত কৰিলেও পৰিচালক কহণ জোহৰে এটা চৰ্ত আৰোপ কৰিছিল।

সেই চৰ্তত সন্মতি প্ৰদান কৰাৰ পিছতহে ছবিখনৰ কাষ্টিঙৰ বাবে গ্ৰহণ কৰা হ’ব বুলি কৰণ জোহৰে জনাইছিল আলিয়া ভাটক।

কৰণ জোহৰে চৰ্ত আৰোপ কৰিছিল যে আলিয়াই নিজৰ শৰীৰ ওজন কমাব পাৰিব লাগিব। আলিয়াই সেই চৰ্তত সন্মত হৈছিল আৰু মাত্ৰ তিনি সপ্তাহৰ ভিতৰতে শৰীৰ ওজন ১৬ কিলোগ্ৰাম হ্ৰাস কৰিছিল।

তাৰ পিছত  সেই ছবিখনৰ দ্বাৰা বলিউদত খোজ পেলাই ২৭ বৰ্ষীয় আলিয়াই এতিয়াও দপদপাই আছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd