• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বৃদ্ধি পাইছে কাৰ্বি লাংপিৰ জলপৃষ্ঠ; কাষৰীয়া ৰাইজক সতৰ্ক থাকিবলৈ আহ্বান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 28, 2020 9:49 am

1 min read

বৃদ্ধি পাইছে কাৰ্বি লাংপিৰ জলপৃষ্ঠ; কাষৰীয়া ৰাইজক সতৰ্ক থাকিবলৈ আহ্বান

কাৰ্বি লাংপি। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত।

16.2k
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলং জিলাৰ মাজেৰে বৈ যোৱা কাৰ্বি লাংপি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অহাত নৈৰ কাষৰীয়া গাঁওসমূহ যিকোনো মূহুৰ্ততে বানৰ কবলত পৰাৰ সম্ভাৱনাই দেখা দিছে।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে গাঁওবাসী সকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচখন শ্লুইচ গে’ট খুলি দিয়া হৈছে। ৩, ৪, ৫, ৬ আৰু ৭ নম্বৰ গে’ট কেইখনৰে পানী এৰি দিয়া হৈছে।

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় সমূহ জিলাই যোৱা কিছুদিন ধৰি বাৰিষাৰ বানত ডুব গৈ আছে। উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আদি জিলা বানত বেয়াকৈ ক্ষতিগ্ৰস্ত।

ডিব্ৰুগড় জিলাৰ ৩ হাজাৰৰো অধিক বান ক্ষতিগ্ৰস্তই প্ৰশাসনে বনাই দিয়া ২৬টা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd