• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বেঞ্জেমাৰ শিৰত বেলন ডি অ’ৰ: মহিলাৰ শাখাত পুটেলাছৰ শ্ৰেষ্ঠত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2022 12:25 pm
Benzema Ballon d'Or
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত আশানুৰূপভাৱেই ২০২১-২২ চিজনত বিশ্ব ফুটবলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বেলন ডি’অৰ লাভ কৰিছে ফৰাচী তাৰকা তথা স্পেনিছ ক্লাৱ ৰিয়েল মাদ্ৰিদৰ অধিনায়ক কৰিম বেঞ্জেমাই। চিজনত দাঙি ধৰা চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত কেৰিয়াৰত প্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰে বেঞ্জেমাই।

বেঞ্জেমাই যোৱা চিজনত ৰিয়েল মাদ্ৰিদৰ হৈ ৪৬ খন খেলত ৪৪ টা গল স্ক’ৰ কৰাৰ লগতে চেম্পিয়নছ লীগ আৰু লা লিগাৰ খিতাপ অৰ্জন কৰিছিল। তদুপৰি ফ্ৰান্সৰ হৈ উৱেফা নেশ্যনছ লীগ জয় কৰিছিল তাৰকাগৰাকীয়ে।

Apply Now

এই সন্মান লাভৰ পিছতে বেঞ্জেমাই কয়, “বেলন ডি’অৰ ব্যক্তিগত সন্মান হ’ব পাৰে, কিন্তু ই এতিয়াও এক সামূহিক পুৰস্কাৰ। এয়া হৈছে দলীয় বেলন ডি’অৰ।”

বেঞ্জেমাৰ সৈতে বেলন ডি’অৰৰ দৌৰত দ্বিতীয় স্থানত থাকে লিভাৰপুলৰ প্ৰাক্তন খেলুৱৈ তথা বৰ্তমান বেয়াৰ্ন মিউনিখৰ সদস্য চেনেগালৰ তাৰকা ছাদিঅ’ মানে। ম্যানচেষ্টাৰ চিটিৰ কেভিন ডি ব্ৰুইন তৃতীয় স্থানত আৰু বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ ৰবাৰ্ট লেৱানডস্কি চতুৰ্থ স্থানত থাকে।

আনহাতে মহিলাৰ শাখাত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় স্পেইনৰ এলেক্সিয়া পুটেলাছে। বাৰ্চিলোনাৰ হৈ উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই মহিলা চেম্পিয়নছ লীগত সৰ্বাধিক গল স্ক’ৰাৰ হিচাপে পৰিগণিত হোৱা পুটেলাছ স্পেনিছ ক্লাৱটোক ফাইনেলত উপনীত কৰাত মুখ্য ভূমিকা লৈছিল।

কালি পেৰিছত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত স্পেনিছ মিডফিল্ডাৰ তথা বাৰ্চিলোনাৰ নৱ চাঞ্চল্য গাভিয়ে শ্ৰেষ্ঠ যুৱ খেলুৱৈ হিচাপে কোপা ট্ৰফী, লেৱানডস্কিয়ে যোৱা ছিজনৰ শীৰ্ষ গলদাতাৰ বাবে গাৰ্ড মুলাৰ ট্ৰফী লাভ কৰে।

আনহাতে ৰিয়েল মাদ্ৰিদৰ থিবাউট কৰ্টৱাই বছৰটোৰ শ্ৰেষ্ঠ গ’লৰক্ষকৰ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে মানচেষ্টাৰ চিটিক বৰ্ষশ্ৰেষ্ঠ ক্লাৱৰ সন্মান দিয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm
বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm
বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd