DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰিমুদ্দিন বৰভূঞা উবাচ: “কংগ্ৰেছ দল এটা সৰু ক্লাবলৈ পৰিণত হ’ল”

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
April 8, 2022 7:14 pm
Karimuddin Borbhuyan
135
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছে দলে প্ৰেৰণ কৰা লিগেল নটিছ সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে বিধায়ক কৰিমুদ্দিন বৰভূঞাই। সংবাদমেলত বিধায়কজনে কংগ্ৰেছৰ দলটো এটা সৰু ক্লাবলৈ পৰিণত হ’ল বুলি কংগ্ৰেছ দলক কটাক্ষ কৰে।

তেওঁ কয় “তেওঁলোকে যি কৈছে মই সেয়া হে কৈছো। আমাৰ এটাও ভোট নষ্ট হোৱা নাই। আমি ভোট দিবলৈ যোৱাৰ আগতেই মুখ্যমন্ত্ৰীয়ে কৈ দিছিল। কংগ্ৰেছেই তেওঁলোকৰ প্ৰাৰ্থীক হৰুৱাইছে।”

“কংগ্ৰেছ এনেকৈ থাকিলে আমাৰ কাৰণে ভাল। ২০২৪ ত কংগ্ৰেছে ‘০’ মাৰিব আৰু ২৬ ত ‘০০ হ’বগৈ” বুলিও বিদ্ৰূপ কৰে কৰিমুদ্দিন বৰভূঞাই।

লগতে কংগ্ৰেছত কোন সভাপতি হ’ব কোন কি হ’ব তাক লৈয়ে যুদ্ধ লাগে বুলি তেওঁ কটাক্ষ কৰে।

আনহাতে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ সমাশোচনাতো মুখৰ হৈ পৰে বিধায়কগৰাকী। বিজেপি চৰকাৰখন এখন লেকাম নাইকিয়া চৰকাৰ বুলি মন্তব্য কৰি বৰভূঞাই চৰকাৰৰ বিভাগ সমূহ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি অভিযোগ কৰে।

আনহাতে বিজেপি চৰকাৰৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেতত কোনো পৰিকল্পনা নাই বুলিও তেওঁ দোহাৰে।

তেওঁ লগতে কয়, “মুখ্যমন্ত্ৰীৰ বাহিৰে ৰাজ্যত কোনো দক্ষ মন্ত্ৰী নাই। প্ৰত্যাহ্বান জনাইছো প্ৰতিজন মন্ত্ৰীক, কি কাম কৰিলে ৰাজহুৱা কৰক। কংগ্ৰেছে সেই কথা উত্থাপন কৰিব লাগে নে এ আই ইউ ডি এফ- ৰ লগত লাগিব লাগে?”

আনহাতে কৰিমুদ্দিন বৰভূঞাৰ লগতে সংবাদমেলত উপস্থিত থকা বিধায়ক আমিনুল ইছলামেও বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে।

বিজেপিয়ে সম্প্ৰদায়িকতাৰ নামত দেশ চলাব বিচাৰিছে বুলি অভিযোগ কৰে বিধায়কজনে। তেওঁ কয়, “যত কয়লা ,চুপাৰি ছিণ্ডিকেট হৈ আছে সেই সময়ত ধৰ্মীয় ইছুক হে গুৰুত্ব দিছে। প্ৰবীণ টোগাৰীয়াই ধুবুৰীত ১২ লাখ বাংলাদেশী আছে বুলি কৈছে।”

“তাৰ সকলো মানুহ অসমীয়া। অসমীয়া জাতিৰ মাজত বিভেদ কৰিব বিছাৰিছে। আমি এই কাৰ্যক গৰিহণা দিছো।” – ইছলামে কয়।

তেওঁ লগতে বিজেপিয়ে অসম চুক্তিক অৱমাননা কৰাৰ লগতে শ্বহীদক অপমান কৰিছে বুলিও অভিযোগ কৰে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd