DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home শীর্ষ সংবাদ

সোণালী সুযোগ! বিলাহী বিক্ৰী কৰি ৩৮ লাখ টকা উপাৰ্জন দুজন কৃষকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2023 9:40 pm
6.6k
VIEWS
Share on FacebookShare on Twitter

যি সময়ত বিলাহীয়ে মধ্যবিত্তক জ্বলা-ক’লা খুৱাইছে সেই সময়তে দুগৰাকী কৃষকৰ কপাল ফুলিছে। বিলাহী বিক্ৰী কৰি দুই কৃষকে চপাইছে কোৰোনাৰে ধন। হয়, দুজন কৃষকে বিলাহী বিক্ৰী কৰি প্ৰায় ৪০ লাখ টকা উপাৰ্জন কৰিছে।

কৰ্ণাটকৰ কোলাৰৰ কৃষক প্ৰভাকৰ গুপ্তা আৰু তেওঁৰ ভাতৃয়ে উপাৰ্জন কৰিছে এই বিশাল পৰিমাণৰ ধন। যোৱা ৪০ বছৰে কৃষক ভাতৃদ্বয়ে বিলাহী খেতি কৰি আহিছে। এইবাৰো প্ৰভাকৰ আৰু সুৰেশে ৪০ একৰ মাটিত বিলাহীৰ খেতি কৰিছিল। এইবাৰ হঠাতে বিলাহীৰ মূল্য বৃদ্ধি হোৱাত তেওঁলোকে প্ৰায় ২০০০ কিলোগ্ৰাম বিলাহী অধিক মূল্যত বিক্ৰী কৰিছিল, যাৰফলত তেওঁলোকে প্ৰায় ৩৮ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়!

দুবছৰমান আগতে বিলাহীৰ মূল্যবৃদ্ধি হওঁতে তেওঁলোকে তেতিয়া ১৫ কেজিৰ বিলাহীৰ এটা বাকচ ৮০০ টকাত বিক্ৰী হৈছিল। তেতিয়ালৈকে তেওঁলোকৰ জীৱনত সেয়াই আছিল আটাইতকৈ বেছি মূল্য। কিন্তু এইবাৰ দুয়োজন কৃষকে লাভ কৰিলে অভাৱনীয় মূল্য। ১৫ কেজি বিলাহীৰ বাকচ এটাত এইবাৰ তেওঁলোকে কৰিলে ১৯০০ টকাকৈ!

কিন্তু কেৱল প্ৰভাকৰ আৰু সুৰেশে নহয়, কৰ্ণাটকৰ আন এখন গাঁৱৰ বাসিন্দা ভেংকটাৰমণ ৰেড্ডীয়ে ১৫ কেজিৰ বিলালীৰ এটা বাকচ এটাৰ বাবে ২২০০ টকাকৈ লাভ কৰে। তেওঁ ৩৬ টাকৈ বাকচ বিক্ৰী কৰি ৩.৩ লাখ টকা উপাৰ্জন কৰে।

মুঠৰ ওপৰত বিলাহীৰ আকাশলংঘী দামে মধ্যবিত্তক জ্বলা-ক’লা দেখুওৱালেও কৃষকৰ মুখত হাঁহি বিৰিঙাইছে।

Recent News

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

zookeeper killed by lion

দুৰ্ভাগ্য: পিঞ্জৰাত তলা লগাবলৈ পাহৰি সিংহৰ চিকাৰ হ’ল চিৰিয়াখানাৰ সুৰক্ষা কৰ্মী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd