• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

দেওবাৰে পুৱা ৭ বজাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বিস্ফোৰণৰ কেইটামান মুহূৰ্ত পূৰ্বে গাড়ীৰ পৰা জপিয়াই নামি এগৰাকী যুৱতীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2026 1:32 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

292
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলন্ত গাড়ীৰ ভিতৰত ঘটিল ভয়ংকৰ বিস্ফোৰণ। মুহূৰ্ততে জ্বলি উঠিল গাড়ীখন। কৰ্ণাটকৰ টুমাকুৰু জিলাৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱা ৭ বজাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বিস্ফোৰণৰ কেইটামান মুহূৰ্ত পূৰ্বে গাড়ীৰ পৰা জপিয়াই নামি এগৰাকী যুৱতীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰে।

অৱশ্যে গাড়ীৰ ভিতৰতে প্ৰাণ হেৰুৱালে এজন যুৱকে। মৃত যুৱকজনৰ নাম নাগেন্দ্ৰ (৩০)। প্ৰবীণ নামৰ চালকজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে প্ৰাৰম্ভিক তদন্তৰ অন্তত আৰক্ষীয়ে কয় যে এইটো কোনো দুৰ্ঘটনা নহয়, পৰিকল্পিত আত্মঘাতী আক্ৰমণৰ ঘটনাহে।

Apply Now

উত্তৰ কানাড়া জিলাৰ অংকোলাৰ বাসিন্দা নাগেন্দ্ৰ। আহত ৰম্যা নামৰ যুৱতীগৰাকীও একে অঞ্চলৰ বাসিন্দা আৰু বেংগালুৰুৰ এটা প্ৰতিষ্ঠানত লেব/অ’টি টেকনিচিয়ান হিচাপে কাম কৰে। দুয়োৰে মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। অৱশ্যে বিবাহৰ প্ৰস্তাৱ নাকচ কৰাত নাগেন্দ্ৰৰ ক্ষুব্ধ হৈছিল বুলি অভিযোগ উঠিছে।

শনিবাৰে পুৱা নাগেন্দ্ৰই বলপূৰ্বকভাৱে বেংগালুৰুৰ জয়নগৰ অঞ্চলৰ পেইং গেষ্ট আৱাসৰ পৰা ৰম্যাক ভাড়া কৰা কেবত লৈ যায়। ঘটনাটো দেখি ৰম্যাৰ এগৰাকী বন্ধুৱে অপহৰণৰ এজাহাৰ দাখিল কৰে। ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আংকোলা অভিমুখে ৰাওনা হয় গাড়ীখন।

আৰক্ষীয়ে জনোৱা মতে, নাগেন্দ্ৰই গাড়ীৰ ভিতৰত বোমা লৈ উঠিছিল। সেই বোমাৰে বিস্ফোৰণ ঘটে। গাড়ীখন সম্পূৰ্ণৰূপে জ্বলি যোৱাত নাগেন্দ্ৰৰ থিতাতে মৃত্যু হয়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে আন এটা নুফুটা বোমা।

টুমাকুৰুৰ আৰক্ষী অধীক্ষক অশোক কে ভিয়ে কয় যে নাগেন্দ্ৰই কেনেকৈ বোমাটো সংগ্ৰহ কৰিছিল আৰু সমগ্ৰ কাণ্ডটো পূৰ্ব পৰিকল্পিত আছিল নেকি সেই বিষয়ে তদন্ত চলি আছে। বেংগালুৰুৰ সিদ্ধপুৰা থানা আৰু টুমাকুৰুৰ কল্লামবেলা থানাৰ আৰক্ষীয়ে যৌথভাৱে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। আহত যুৱতীগৰাকী চিকিৎসাধীন হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd