• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংসদত আক্ৰমণৰ ঘটনা! গ্ৰেপ্তাৰ কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী বিষয়াৰ পুত্ৰ, উত্তৰ প্ৰদেশৰ নিবনুৱা যুৱক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 21, 2023 12:48 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিন পাৰ হৈ যোৱাৰ লগে লগে সংসদ আক্ৰমণৰ ঘটনাৰ নতুন নতুন তথ্য পোহৰলৈ আহি আছে। যোৱা সপ্তাহত লোকসভাত স্মোক বোম বিস্ফোৰণ কাণ্ডত এই পৰ্যন্ত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এইবাৰ দিল্লী আৰক্ষীয়ে আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰে। তাৰ ভিতৰত এজন কৰ্ণাটকৰ এজন প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াৰ পুত্ৰ। তদন্তকাৰীৰ মতে, এই আটকাধীন যুৱক দুজনো প্ৰত্যক্ষভাৱে এই আক্ৰমণৰ সৈতে জড়িত আছিল।

দিল্লী আৰক্ষীয়ে বুধবাৰে নিশা কৰ্ণাটকৰ বাগালকোটৰ পৰা সাই কৃষ্ণ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। এইজন সাই কৃষ্ণ বগলকোটৰ প্ৰাক্তন ডিএছপিৰ পুত্ৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি সাই সংসদত আক্ৰমণ কৰা মনোৰঞ্জন ডিৰ ঘনিষ্ঠ বন্ধু।

লগতে পঢ়কঃ উপ-ৰাষ্ট্ৰপতি ধনখৰক ভেঙুচালি! বিতৰ্কৰ মাজত ৰাহুলৰ ওপৰতে দোষ চাপিলে মমতাই?

Apply Now

বাংগালুৰুৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত দুয়ো একেলগে অধ্যয়ন কৰিছিল। শেহতীয়াকৈ তেওঁ ঘৰৰ পৰাই আই টি কোম্পানী এটাত কাম কৰি আছিল। ঘৰতে থাকি মনোৰঞ্জনহঁতক সহায় কৰাৰ অভিযোগ উঠিছে যুৱকজনৰ বিৰুদ্ধে। দিল্লী আৰক্ষীয়ে তেওঁক সোধা-পোছা কৰি আছে।

কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী বিষয়াৰ পুত্ৰৰ উপৰি দিল্লী আৰক্ষীয়ে সংসদ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত উত্তৰ প্ৰদেশৰ এজন নিবনুৱা যুৱককো গ্ৰেপ্তাৰ কৰিছে। উত্তৰ প্ৰদেশৰ জালায়ুনৰ পৰা অতুল কুলশ্ৰেষ্ঠ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, যুৱকজনে মূল অভিযুক্তৰ সৈতে নিয়মীয়াকৈ চ্যাটত কথা পাতিছিল। কিন্তু তেওঁৰ অতীতৰ অপৰাধজনিত তথ্য নাই। ৰাজনৈতিক সংযোগো নাই। কিন্তু তেওঁ শ্বহীদ ভগত সিঙৰ চিন্তাধাৰাৰ দ্বাৰা অনুপ্ৰাণিত।

লগতে পঢ়কঃ পত্ৰৰ পিছত পত্ৰ! প্ৰতাৰক চন্দ্ৰশেখৰৰ পৰা বাচিবলৈ নিৰাপত্তা বিচাৰিলে অভিনেত্ৰী জেকলিনে

আৰক্ষীয়ে দুয়োকে আটক কৰি জেৰা অব্যাহত ৰাখিছে। তেওঁলোকৰ পৰা অধিক তথ্য লাভ কৰিবলৈ চেষ্টা কৰা হৈছে। তেওঁলোকক জিম্মাত লোৱাৰ সম্ভাৱনাও আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd