• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপ-ৰাষ্ট্ৰপতি ধনখৰক ভেঙুচালি! বিতৰ্কৰ মাজত ৰাহুলৰ ওপৰতে দোষ চাপিলে মমতাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2023 11:49 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদৰ চৌহদত দেশৰ উপ-ৰাষ্ট্ৰপতিক ভেঙুচালি কৰিছে তৃণমূলৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে। মোবাইলত সেই মিমিক্ৰিৰ ভিডিঅ’ কৰিছে ৰাহুল গান্ধীয়ে। মঙলবাৰে বিয়লি এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হয়।

ৰাজ্যসভাত এই ধৰণৰ কৌতুকক ‘লজ্জাজনক’ বুলি জগদীপ ধনখৰে নিজেই সমালোচনা কৰে। তীব্ৰতৰ হৈ পৰে বিতৰ্ক। অৱশেষত প্ৰধানমন্ত্ৰী মোদীয়ে ফোনযোগে উপ-ৰাষ্ট্ৰপতিৰ ওচৰত দুখ প্ৰকাশ কৰে। উপ-ৰাষ্ট্ৰপতি পদৰ মৰ্যাদা আছে। সেই পদত পদাধিকাৰীৰ আচৰণক লৈ এনে ব্যংগ কৰিব পাৰি?

এনে বহু প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে কল্যাণৰ আচৰণ বিতৰ্কত মুখ খুলিলে তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে।

Apply Now

লগতে পঢ়কঃ ডুবাইত ডুবিল পঞ্জাব কিংছ! নিলামত ভুলতে ‘অচিনাকি খেলুৱৈ’ কিনিলে প্ৰীতি জিন্তাই!

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ পিছত সাংবাদিকসকলে মমতাক কল্যাণ বেনাৰ্জীৰ কটুক্তি সন্দৰ্ভত প্ৰশ্ন কৰে। ইয়াৰ উত্তৰত তেওঁ কয়, ‘আমি সকলোকে সন্মান কৰো, অসন্মানৰ কোনো বিষয় নাই। ৰাজনৈতিক বিষয়ত মই কোনো মন্তব্য নকৰো। সংসদীয় দলৰ নেতা সুদীপ বেনাৰ্জী আৰু ডেৰেক অ’ব্ৰাইনে এই সন্দৰ্ভত মন্তব্য দিব।’

তাৰ পিছতে মমতাই কয়, “এইটো সাধাৰণ তৰলভাৱে কৰা। আমি কাকো অসন্মান নকৰো। অসন্মান কৰা আমাৰ উদ্দেশ্য নহয়। আৰু তাৰোপৰি ৰাহুল গান্ধীয়ে মোবাইলত ভিডিঅ’গ্ৰাফী নকৰা হ’লে কোনেও গমেই নাপালেহেঁতেন।‘’

লগতে পঢ়কঃ পত্ৰৰ পিছত পত্ৰ! প্ৰতাৰক চন্দ্ৰশেখৰৰ পৰা বাচিবলৈ নিৰাপত্তা বিচাৰিলে অভিনেত্ৰী জেকলিনে

ইপিনে, সেই দিনটোত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে বৈঠকত মিলিত হৈ পশ্চিমবংগই পাবলগীয়া বকেয়া ধন পৰিশোধ কৰিবলৈ দাবী জনায়। তাত আছিল এটা তৃণমূলৰ ৯ জনীয়া প্ৰতিনিধি দল। তৃণমূলৰ সূত্ৰ অনুসৰি এই প্ৰতিনিধি দলত প্ৰথমে শ্ৰীৰামপুৰৰ সাংসদ কল্যাণ বেনাৰ্জীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু দেখা যায় যে কল্যাণ বেনাৰ্জীক মোডীক সাক্ষাৎ কৰাৰ সময়ত প্ৰতিনিধি দলত অন্তৰ্ভুক্ত কৰা নহ’ল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd