• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024 Final: হায়দৰাবাদৰ পৰাজয়ৰ পিছত কান্দিয়েই পেলালে কাব্যই; ভিডিঅ’ দেখি চকু সেমেকিল নেটিজেনৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2024 10:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সুন্দৰী স্বত্তাধিকাৰী কাব্য মাৰাণে শেষত চকুপানী ধৰি ৰাখিব নোৱাৰিলে। শিশুৰ দৰে মুকলিকৈ কান্দিয়েই পেলালে। দ্বিতীয় কোৱালিফায়াৰৰ পিছত ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক কন্দা দেখি সান্ত্বনা দিয়া কাব্যই নিজেই দেওবাৰে আৱেগ ধৰি ৰাখিব নোৱাৰিলে।

দেওবাৰে আন দিনৰ দৰেই চিপকত দুচকুত সপোন লৈ কাব্য উপস্থিত হয়। ২০১৬ চনৰ পিছত পুনৰ আই পি এলৰ ট্ৰফী জয় কৰাৰ সপোন দেখিছিল। ২০১৮ চনতো ছানৰাইজাৰ্ছে ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু তেওঁলোকে সেইবাৰ ৰানাৰ্ছআপ হৈয়ে সন্তুষ্ট হ’ব লগা হৈছিল।

অৱশ্যে এইবাৰ কাব্যকে ধৰি ছানৰাইজাৰ্ছৰ অনুৰাগীয়ে বিশ্ব বিজয়ী অধিনায়ক পেট কামিন্সৰ হাতত ধৰি খিতাপ জয় কৰাৰ সপোন দেখিছিল। কিন্তু কলকাতা নাইট ৰাইডাৰ্ছৰ পৰাক্ৰমত ৫৭টা বল বাকী থকা অৱস্থাতে ৮ উইকেটত পৰাস্ত হয় হায়দৰাবাদ। ভাঙি গ’ল কাব্যৰ সপোন।

Apply Now

লগতে পঢ়কঃ IPL 2024 Final: ফাইনেলত হায়দৰাবাদৰ অসহায় আত্মসমৰ্পন; ১০ বছৰ পিছত পুনৰ চেম্পিয়ন কলকাতা

হায়দৰাবাদৰ হতাশাজনক পৰাজয়ৰ পিছতে দলৰ স্বত্বাধিকাৰী কাব্য মাৰাণে উচুপি কান্দি উঠিল। দুচকুৰ পৰা দুধাৰি চকুলো সৰি পৰা দেখা গ’ল। কাব্যই চকুপানী ৰোধ কৰিব নোৱাৰিলে। চকুলোৰে হাত চাপৰি বজাই কলকাতা নাইট ৰাইডাৰ্ছক সম্ভাষণ জনোৱাৰ সময়ত কাব্যই নিজৰ দলৰ খেলুৱৈৰ সংগ্ৰামৰো প্ৰশংসা কৰে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁৰ হৃদয়স্পৰ্শী ভিডিঅ’। য’ত কাব্য মাৰাণে পিছলৈ ঘূৰি চকুপানী মচি থকা দেখা যায়। ইয়াৰ পিছত তেওঁ জোৰকৈ কান্দোন বন্ধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু নোৱাৰিলে। কাব্যই চকুলো ভৰা অৱস্থাৰে হাত চাপৰি বজাই দলটোক উৎসাহিত কৰিবলৈ নাপাহৰিলে। ইয়াকে কোৱা হয় স্প’ৰ্টছমেন স্পিৰিট।

A season to be proud of 🧡#KKRvSRH #IPLonJioCinema #IPLFinalonJioCinema pic.twitter.com/rmgo2nU2JM

— JioCinema (@JioCinema) May 26, 2024

উল্লেখ্য যে যি বিধ্বংসী বেটিং অৰ্ডাৰৰ সহায়ত ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০২৪ আই পি এলত অদমনীয় প্ৰদৰ্শন আগবঢাই আহিছিল, সেই বেটিং অৰ্ডাৰেই  ফাইনেলত ব্যৰ্থ কৰিছিল। কলকাতা নাইট ৰাইডাৰ্ছৰ বলাৰসকলে প্লে অফৰ দুয়োখন মেচতে হায়দৰাবাদৰ বেটিং অতি সাধাৰণ স্তৰলৈ অৱনমিত কৰি তোলে।

Will never forgive KKR for making Kavya Maran Cry 💔

pic.twitter.com/wbswAh0Vrn

— Mohit (@mohit12j) May 26, 2024

কোৱালিফায়াৰ ৱানৰ পিছত আই পি এলৰ অন্তিমখন খেলত হায়দৰাবাদৰ বেটছমেনসকলক কন্দুৱাইহে এৰিলে মিচেল ষ্টাৰ্ক, আন্দ্ৰে ৰাছেল বাহিনীয়ে। দেওবাৰে কেকেআৰৰ বলাৰৰ পৰাক্ৰমত ১৮.৩ অভাৰত মাত্ৰ ১১৩ ৰান সংগ্ৰহ কৰি অল আউট হয় ছানৰাইজাৰ্ছে। এইটোৱেই হৈছে আই পি এলৰ ফাইনেলৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd