• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইতিবাচক বাৰ্তা! কোভিড মুক্ত হৈ থাকিবৰ বাবে টীয়কৰ এখন গাঁৱে দেখুৱাইছে আদৰ্শ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
May 18, 2021 12:08 pm
Teok village final

টীয়কৰ কাৱৈমাৰী গোহাই গাঁও। ফটো: নৰ্থইষ্ট নাও।

238
VIEWS
Share on FacebookShare on Twitter

যি সময়ত কোভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা ভংগ কৰা এচাম লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে, তেনে সময়ত যোৰহাট জিলাৰ টীয়কৰ এখন গাঁৱৰ বাসিন্দাসকলে গাঁওখনক কোভিড মুক্ত কৰি ৰাখিবৰ গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাই সকলোৰে দৃষ্টি কাঢ়িছে।

টীয়ক নগৰৰ পৰা প্ৰায় ৬  কিলোমিটাৰ নিলগত অৱস্থিত এখন নৈপৰীয়া গাঁও কাৱৈমাৰী গোঁহাই গাঁও। প্ৰায় চাৰিশ ঘৰ মানুহে বসতি কৰা এই বৃহত্তৰ গাঁওখনে মানৱ জাতিৰ এই মহামাৰীৰ সময়ত একগোট হৈ এই কোভিডৰ বিৰুদ্ধে যি সংগ্ৰাম আৰম্ভ কৰিছে তাৰ বাবেই আজিও কোভিড মুক্ত হৈ আছে এই গাওঁখন ৷

যি সময়ত এই গণ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে নতুন নতুন নীতি নিৰ্দেশনা আনিব লগা হৈছে ,মাস্ক পৰিধান নকৰিলে জৰিমনা ভৰিব লগা হৈছে সেই সময়ত এই ভিতৰুৱা গাঁৱখনৰ লোকসকলৰ সজাগতাই এক ইতিবাচক বাৰ্তা কঢ়িয়াইছে।

উল্লেখযোগ্য যে গাঁওখনত মাস্ক পৰিধানৰ বাবে বিশেষ সজাগতা অনাৰ প্ৰয়াস কৰিছে গাঁওৰক্ষী বাহিনীয়ে আৰু বিভিন্ন ৰাজহুৱা স্থান, দোকান আদিত সজাগতামূলক পোষ্টাৰ লগোৱাৰ লগতে গাঁওখনৰ প্ৰতিঘৰৰ পদূলিত হাত ধুবৰ বাবে চাবোন, পানী ৰখা হৈছে যাতে ঘৰত প্ৰৱেশৰ সময়ত হাত ধুই প্ৰৱেশ কৰে।

গাঁওখনৰ যুৱচাম আৰু বিশেষকৈ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত মাস্ক পৰিধান, সামাজিক দূৰত্ব মানি চলা আৰু কোভিড প্ৰ’টকল সম্পৰ্কে গাঁওবাসীক সজাগ কৰা দেখা গৈছে ৷

ইয়াৰ ফলতেই গাঁওখন কোভিডৰ পৰা মুক্ত কৰি ৰাখিব পাৰিছে বুলি গাওঁবাসীয়ে মতপোষণ কৰিছে ৷ দেশৰ এই জটিল সময়ত নিজৰ সাৱধানতা আৰু সজাগতাৰেই যে এই মহামাৰীৰ পৰা নিজক বচাই ৰাখিব পৰা যায় সেয়া এক প্ৰকাৰ প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ কাৱৈমাৰী গোঁহাই গাঁৱৰ প্ৰতিটো পৰিয়ালে।

Tags: COVID-19

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd