• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত ‘কাজিৰঙা লাইভ’ৰ হোমেন বৰগোহাঞিৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান; গ্ৰন্থ উন্মোচন

উত্তম শইকীয়া by উত্তম শইকীয়া
June 15, 2021 4:44 pm
IMG-20210615-WA0006

ফটো: নর্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কাজিৰঙা লাইভ’ নামৰ সংবাদ গোষ্ঠীটোৱে মঙ্গলবাৰে বোকাখাত নাট্য মন্দিৰত মহীৰূহ-কথাশিল্পী হোমেন বৰগোহাঞিলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই এক অনুষ্ঠানৰ আয়োজন কৰে ।

সংবাদ গোষ্ঠীটোৰ পৰামৰ্শদাতা সম্পাদক ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা এই অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷

Apply Now

প্ৰয়াত কথাশিল্পী গৰাকীৰ প্ৰতিচ্ছবিত সমূহীয়া পুষ্পাঞ্জলি অৰ্পণ কৰে উপস্থিতগণ্যমান্য ব্যক্তিসকলৰ লগতে ‘কাজিৰঙা লাইভ’ পৰিয়ালে। ‘কাজিৰঙা লাইভ’ৰ মুখ্য সম্পাদক ভৱানন্দ কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে ‘কাজিৰঙা লাইভ’ৰ কাৰ্যবাহী সম্পাদক পলিমা বি চেতিয়াই।

অনুষ্ঠানত হোমেন বৰগোহাঞিদেৱৰ ব্যক্তিত্ব, সাহিত্য তথা সমাজ জীৱনলৈ তেওঁৰ  অৱদানকে ধৰি সামগ্ৰিক সকলো বিষয় সামৰি সাংবাদিক তথা সাহিত্যিক পলিমা বি চেতিয়াই সম্পাদনা কৰা ‘অক্ষয় বন্তি হৈ জ্বলি থাকিব যুগান্তৰলৈ, মহীৰূহ’ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়।

উন্মোচন কৰে বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাস আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সঞ্চালক পি শিৱ কুমাৰে।

গ্ৰন্থ উন্মোচক দুগৰাকীয়ে হোমেন বৰগোহাঞিৰ বিস্তৃত কৰ্মৰাজিৰ বিশদ আলোচনাৰে অসমৰ জনজীৱনলৈ তেওঁৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ সমান্তৰালভাৱে ‘কাজিৰঙা লাইভ’ পৰিয়ালক এনে যোগাত্মক পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জনায়।

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অৱসৰপ্ৰাপ্ত প্ৰবক্তা তথা সাংবাদিক বাবুলাল মোৰ, অচ্যুত হাজৰিকা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, বোকাখাত প্ৰেছ ক্লাৱৰ সম্পাদক উত্তম শইকীয়া, প্ৰাঞ্জল হাজৰিকা আৰু ‘কাজিৰঙা লাইভ’ৰ মুখ্য উপদেষ্টা ৰঞ্জিত ৰজকে।

সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd