• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৰ্তব্যত গাফিলতি; কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসকক চাকৰিৰ পৰা নিলম্বন

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , May 10, 2020 9:56 am

1 min read

Entrance-of-Kaziranga-National-Park Wildlife activists upset with possibilities of appointment of tainted IFS official as Kaziranga National Park director

প্ৰতিনিধিত্বমূলক ছবি

40.7k
VIEWS
Share on FacebookShare on Twitter

বিভাগীয় কৰ্তব্যত কৰা অৱহেলা আৰু অনিয়মিত উপস্থিতিৰ বাবে চাকৰিৰ পৰা নিলম্বন কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক ডা০ দেৱমোহন শইকীয়াক।

শনিবাৰে ছুৱাইন ফিভাৰ সম্পৰ্কত কাজিৰঙাৰ অগৰাতলী বনাঞ্চলত এই কথা ব্যক্ত কৰে পশু চিকিৎসা মন্ত্ৰী অতুল বৰাই। তৎকালিনভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ দিয়া বুলি মন্ত্ৰী গৰাকীয়ে জনায়।

জেষ্ঠ পশু চিকিৎসক ডা০ দেৱ মোহন শইকীয়াই বিগত সময়ছোৱাত বন পশু চিকৎসক হিচাবে কৰ্মৰত আছিল।

কিন্তু বিগত কাৰ্যকালত নিজৰ কৰ্মৰ প্ৰতি কৰা অৱহেলা আৰু অনিয়মিত উপস্থিতিৰ বাবে জ্যেষ্ঠ পশু চিকিৎসকজনক একাধিক বাৰ কাৰণ দৰ্শোৱাৰ জাননী আৰু কঠোৰ নিৰ্দেশো দিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

ছোৱান ফিভাৰ সংক্ৰমণৰ বাবেও কাজিৰঙালৈ আহিবলৈ ডা০ শইকীয়াক কোৱা হৈছিল যদিও নিজৰ কাৰ্যত অনুপস্থিত আছিল পশু চিকিৎসক গৰাকী।

চিকিৎসক গৰাকীৰ এনে আচৰণৰ বাবেই তেওঁক চাকৰিৰ পৰা অব্যাহতি দি আন এজনক নিযুক্তি দিবৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকে পশু চিকিৎসা বিভাগক অনুৰোধ জনাইছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত অৱশেষত শনিবাৰে মন্ত্ৰী অতুল বৰাই পশু চিকিৎসকজনৰ নিলম্বনৰ কথা ঘোষণা কৰে৷

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd