DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সৰুসজাই ষ্টেডিয়ামৰ আৰ্হিত নিৰ্মিত যোৰহাটৰ কুৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰীৰ

যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালত ৫০খন বিচনাযুক্ত আই চি ইউ (ICU) কক্ষ মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2020 1:36 pm
ফটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ পৰা সংগৃহীত

ফটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ পৰা সংগৃহীত

8.7k
VIEWS
Share on FacebookShare on Twitter

সৰুসজাই ষ্টেডিয়ামৰ আৰ্হিত যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়তো ৰাজ্য চৰকাৰে কোভিড-১৯ৰ কুৱাৰেণ্টাইন চেণ্টাৰ নিৰ্মাণ কৰিছে।

আজি পোৱা মন্ত্ৰী হিমন্ত বিশ্বই কাজিৰঙা বিশ্ববিদ্যালয়ত সাজু কৰি তোলা উক্ত কুৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰি কামৰ বুজ লয়।

The Kaziranga University in Jorhat is being set up on lines of Sarusajai Stadium. Visited the site with @Pijush_hazarika, @ToponKumarGogo1 & @KamakhyaTasa & reviewed the quarantine facilities.

Medical teams are in state of readiness & infrastructure firmly in place#AssamCares pic.twitter.com/bkT0zihsQ9

— Himanta Biswa Sarma (@himantabiswa) May 11, 2020

ইয়াৰ পিছতে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালত ৫০খন বিচনাযুক্ত অত্যাধুনিক আই চি ইউ (ICU) কক্ষ মুকলি কৰে।

ভেণ্টিলেটৰ আৰু অক্সিজেন ব্যৱস্থাৰে সম্পূৰ্ণ কাৰ্য্যক্ষম হৈ ICU কক্ষটোৱে কভিড-১৯ বিৰুদ্ধে অব্যাহত থকা যুঁজখনক অধিক গতি দিব বুলি মন্ত্ৰী গৰাকীয়ে কয়।

Pleased to inaugurate 50-bed state-of-art, fully functional ICU at Jorhat Medical College & Hospital today with MoS @Pijush_hazarika & MPs @ToponKumarGogo1 & @KamakhyaTasa. Fitted with ventilators & oxygen equipment, it shall bolster our preparedness in fight against #COVID19 pic.twitter.com/GCRJY7SfEc

— Himanta Biswa Sarma (@himantabiswa) May 11, 2020

আজিৰ উক্ত দুয়োটা কাৰ্যসূচীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোৰহাট লোকভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকা আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে।

উল্লেখযোগ্য যে অসমত বৰ্তমানলৈকে ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬২গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৪জন আৰোগ্য হৈছে। বৰ্তমান ২৭গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd