• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পদ্মশ্রী ডাঃ কুশল কোঁৱৰ শৰ্মাক কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিৰ ২০১৯বর্ষৰ জীৱনজোৰা সাধনা বঁটা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
February 27, 2020 5:27 pm
index 999

পদ্মশ্ৰী ডাঃ কুশল কুমাৰ শৰ্মাক জীৱন জোৰা সাধনা বঁটা প্ৰদান। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পদ্মশ্ৰী বঁটা প্ৰাপ্ত ৰাজ্যৰ বিশিষ্ট পশু চিকিৎসক তথা হাতী ডক্টৰ হিচাপে বিশ্বত সমাদৰ লাভ কৰা ডাঃ কুশল কোঁৱৰ শৰ্মাক কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিয়ে ২০১৯বর্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পদ্মশ্ৰী শৰ্মাক  ছ’চাইটিৰ হৈ বঁটা প্ৰদান কৰে ৰাজ্য প্ৰাক্তন মুখ্য বন সংৰক্ষক ৰমনী মালাকাৰ, ৰমনী ডেকা আৰু ইন্দ্ৰজিত দাসে।,

Apply Now

অনুষ্ঠানত মুখ্য অতিথি নিখিল বড়ো ছাত্ৰ সন্থাৰ নৱ- নিৰ্বাচিত সভাপতি দীপেন বড়ো  প্ৰমুখ্যে ছ’চাইটি বহুকেইজন সদস্যই উপস্থিত থাকে।

এই বঁটাত আছে এটা ফুলৰ থোপা, এটা এড়ি চোলা, স্মাৰক, এটা হাতীৰ প্ৰতিমূৰ্তি, এখন গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰ।

উল্লেখ যে ডাঃ শৰ্মাই বৰ্তমান প্ৰায় ৭হাজাৰৰো অধিক হাতীৰ চিকিৎসাৰ লগতে প্ৰায় ২০০ৰো অধিক বনৰীয়া হাতী বশ কৰিছে যি নেকি সমগ্ৰ বিশ্বতে বিৰল।

বঁটা গ্ৰহণ কৰি ডাঃ শৰ্মাই এই বঁটাৰ বাবে তেওঁক নিৰ্বাচিত কৰাৰ বাবে কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিক ধন্যবাদ জ্ঞাপন কৰে।

এই সন্দৰ্ভত তেওঁ কয় যে এই বঁটাই মোক প্ৰকৃতি আৰ জীৱকুলৰ বাবে অধিক কাম কৰাৰ অনুপ্রেৰণা যোগাব। হাতী-অন্যান্য জীৱ জন্তুক সেৱা কৰিবলৈ আৰু বহুত কাম আছে।

‘’পদ্মশ্ৰী বঁটা পাই ভাল লাগিছে। মোক এই বঁটাj বাবে কোনে নিৰ্বাচিত কৰিছে নাজানো কিন্তু আজি যি জীৱনজোৰা সাধনা বঁটা দিছে তেওঁলোক সংৰক্ষণৰ লগত জড়িত সেই বাবেই আৰু ভাল লাগিছে,’’-ডাঃ শৰ্মাই কয়।

বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নৱ নিৰ্বাচিত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে কয়, “বন্যপ্ৰাণীৰ লগতে প্ৰকৃতিৰ অধ্যয়নৰ বাবে ৰাজ্যৰ সমান্তৰালকৈ দেশ-বিদেশৰ পৰা যিসকল ব্যক্তি আহিব বা আহিছে সেই সকল ব্যক্তিক সুৰক্ষাৰ দিয়াত নিখিল বড়ো ছাত্ৰ সন্থাই সদায় কাম কৰিব ৷ নিজাকৈ ১০লাখ গছপুলি ৰোপন কৰাৰ লক্ষ্য লৈছে নিখিল বড়ো ছাত্ৰ সন্থাই ৷’’

কাজিৰঙাৰ দৰে মানস ৰাষ্ট্ৰীয় উদ্যানকো গঢ়ি তোলাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি সভাপতি বড়োৱে কয় যে অখণ্ড অসমক ৰক্ষা কৰি কাম কৰাৰ বাবে আমি উদ্যোগ লৈছোঁ। তাৰ ফলশ্ৰুতি হিচাপে অতি কৌশলেৰে ৰাজ্য- বিদেশত থকা অস্ত্ৰ ধাৰী নেতাসকলক উলিয়াই আনি অস্ত্ৰ মুক্ত সমাজ গঠন কৰাৰ বাবে ইতিমধ্যে বিটিআৰ চুক্তি স্বাক্ষৰ কৰা হৈছে ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd