• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেদাৰনাথ-বদ্ৰীনাথ মন্দিৰত অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ: এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2026 9:59 am
AI-generated photo

AI-generated photo

43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৰীৰ জগন্নাথ মন্দিৰৰ দৰে এইবাৰ উত্তৰাখণ্ডৰ পবিত্ৰ কেদাৰনাথ আৰু বদ্ৰীনাথ মন্দিৰতো অ-হিন্দু লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ পৰিচালনা সমিতিৰ শেহতীয়া এখন বৈঠকত সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গৃহীত কৰা হয়। অহা এপ্ৰিল মাহত চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰ লগে লগেই এই নতুন নিয়ম কাৰ্যকৰী হ‘ব বুলি শ্ৰী গংগোত্ৰী মন্দিৰ সমিতিৰ তৰফৰ পৰা বুধবাৰে স্পষ্ট কৰি দিয়া হৈছে। প্ৰাচীন পৰম্পৰা আৰু আধ্যাত্মিকতা ৰক্ষাৰ স্বাৰ্থতেই কৰ্তৃপক্ষই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মন্দিৰ পৰিচালনা ব‘ৰ্ডৰ সভাপতি হেমন্ত দ্বিবেদীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই বৈঠকত অ-হিন্দুৰ প্ৰৱেশত বাধা আৰোপ কৰাৰ সিদ্ধান্তটো চূড়ান্ত কৰা হয়। এই সন্দৰ্ভত বুধবাৰে দ্বিবেদীয়ে কয় যে অহা মাহত তীৰ্থযাত্ৰাৰ বতৰ আৰম্ভ হোৱাৰ লগে লগেই নতুন নিয়ম কঠোৰভাৱে পালন কৰা হ‘ব আৰু কোনো অ-হিন্দু লোকে মন্দিৰৰ চৌহদ বা গৰ্ভগৃহত প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে বদ্ৰীনাথ আৰু কেদাৰনাথ কোনো পৰ্যটনকেন্দ্ৰ নহয়, বৰঞ্চ ই একোটা বিশ্বাসৰ কেন্দ্ৰ। আদি শংকৰাচাৰ্যই প্ৰতিষ্ঠা কৰা এই বৈদিক আধ্যাত্মিকতাবাদৰ কেন্দ্ৰসমূহত প্ৰাচীন কালৰে পৰা অ-হিন্দুৰ প্ৰৱেশ সীমিত ৰখাৰ প্ৰথা চলি আহিছে। ভাৰতীয় সংবিধানৰ ২৬ নং অনুচ্ছেদৰ অধীনত প্ৰতিটো ধৰ্মীয় সম্প্ৰদায়ক নিজা ধৰ্মীয় বিষয় পৰিচালনা কৰাৰ যি অধিকাৰ প্ৰদান কৰা হৈছে, তাৰ আধাৰতেই ব‘ৰ্ডে এই চূড়ান্ত সিদ্ধান্ত লৈছে বুলি তেওঁ মত প্ৰকাশ কৰে।

Apply Now

কেৱল কেদাৰনাথ আৰু বদ্ৰীনাথতেই নহয়, শ্ৰী গংগোত্ৰী মন্দিৰ সমিতিয়ে জনোৱা অনুসৰি শতিকা পুৰণি এই দুখন তীৰ্থস্থানকে ধৰি মুঠ ৪৫টা মন্দিৰত একেই নিয়ম প্ৰযোজ্য হ‘ব। শ্ৰী গংগোত্ৰী মন্দিৰ সমিতিৰ অধ্যক্ষ সুৰেশ ছেমৱালে চলিত বৰ্ষৰ জানুৱাৰী মাহতেই অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ এক ইংগিত দিছিল। তেওঁ উল্লেখ কৰিছিল যে উত্তৰাখণ্ডৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। অতীতত এই মন্দিৰসমূহত কেৱল হিন্দু ধৰ্মাৱলম্বী লোককহে প্ৰৱেশৰ অনুমতি দিয়া হৈছিল যদিও অ-বিজেপি চৰকাৰৰ আমোলত সেই ঐতিহ্য ম্লান হ‘বলৈ ধৰিছিল বুলি তেওঁ মন্তব্য কৰিছিল। সকলোৰে সন্মতি সাপেক্ষে পুৰণি পৰম্পৰা নিশ্চিত কৰাৰ লক্ষ্যৰেই বৰ্তমানৰ কৰ্তৃপক্ষই এই পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখ্য যে, বিজেপি শাসিত উত্তৰাখণ্ডত এই বছৰৰ পৱিত্ৰ চাৰধাম যাত্ৰা অহা ১৯ এপ্ৰিল অৰ্থাৎ অক্ষয় তৃতীয়াৰ দিনাৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ‘ব। সেই দিনটোতেই চলিত বৰ্ষৰ তীৰ্থযাত্ৰীসকলৰ বাবে গংগোত্ৰী আৰু যমুনোত্ৰী মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হ‘ব। আনহাতে, কেদাৰনাথ ধামৰ দুৱাৰ ২২ এপ্ৰিলত আৰু বদ্ৰীনাথ ধামৰ দুৱাৰ ২৩ এপ্ৰিলত খোল খাব। তীৰ্থযাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বেই মন্দিৰ পৰিচালনা সমিতিৰ এই কঠোৰ সিদ্ধান্তই এতিয়া দেশজুৰি বিশেষ চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm
ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd