• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

শীতত ৰুম হিটাৰৰ অবিহনেই গৰম কৰি ৰাখক আপোনাৰ কোঠাটো : জানি লওক এই গুৰুত্বপূৰ্ণ কিটিপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2026 8:45 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীতৰ দিনত বহু লোকে ঘৰৰ ভিতৰখন গৰম কৰি ৰাখিবলৈ অহৰহ ৰুম হিটাৰ ব্যৱহাৰ কৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে হিটাৰৰ অতিমাত্ৰা ব্যৱহাৰে কেৱল বিদ্যুতৰ বিলেই নহয়, স্বাস্থ্যৰো যথেষ্ট ক্ষতি কৰিব পাৰে। হিটাৰৰ বাবে ছাল শুকাই যোৱা, উশাহ-নিশাহৰ সমস্যা বা মূৰ ঘূৰোৱাৰ দৰে লক্ষণ দেখা দিব পাৰে। সেয়েহে বিশেষজ্ঞসকলে হিটাৰৰ ওপৰত নিৰ্ভৰশীলতা কমাই ঘৰখন প্ৰাকৃতিকভাৱে উমাল কৰি ৰখাৰ পৰামৰ্শ দিয়ে। এই ক্ষেত্ৰত ঘৰৰ মজিয়াত পৰা কাৰ্পেট আৰু সঠিক সজ্জাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

শীতকালত ঘৰ বেছি ঠাণ্ডা হোৱাৰ এটা প্ৰধান কাৰণ হ’ল উদং মজিয়া। মেঝেই ঘৰৰ তাপ অতি সোনকালে শুহি লয় বাবে ঘৰৰ ভিতৰখন শীতল হৈ পৰে। মেঝৰ ওপৰত কাৰ্পেট পাৰিলে ই এক প্ৰাকৃতিক ইনচুলেচনৰ কাম কৰে, যাৰ ফলত তলৰ পৰা ঠাণ্ডা ওপৰলৈ উঠিব নোৱাৰে আৰু ঘৰৰ উষ্ণতা বহু সময়লৈ বজাই ৰাখিব পৰা যায়। বিশেষকৈ উণৰ রাগ বা ডাঠ ফাইবাৰৰ কাৰ্পেট শীতৰ বাবে আটাইতকৈ উপযোগী। এইবোৰৰ ভিতৰত বতাহ আৱদ্ধ হৈ থাকে বাবে তাপ ধৰি ৰখাত সহায় কৰে। শ্যাগি কাৰ্পেট বা ডাঠ কাৰ্পেটে ভৰিৰ তলত আৰাম দিয়াৰ লগতে ঘৰৰ তাপমাত্ৰাও বৃদ্ধি কৰে। আপোনাৰ বাজেট কম হ’লে বজাৰত সহজতে পোৱা চিন্থেটিক কাৰ্পেটো বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰে।

Apply Now

কাৰ্পেটখন ঘৰৰ ক’ত পাৰিছে সেইটোও সমানেই গুৰুত্বপূৰ্ণ। বিশেষজ্ঞৰ মতে বিচনাৰ কাষত, চোফাৰ সন্মুখত বা দুৱাৰৰ মুখত কাৰ্পেট পাৰিলে ঠাণ্ডা বতাহৰ প্ৰভাৱ বহুখিনি কমি যায়। কাৰ্পেটৰ তলত যদি এটা রাগ পেড ব্যৱহাৰ কৰা হয়, তেন্তে তাপ আৰু অধিক ভালদৰে ধৰি ৰাখিব পৰা যায়। কেৱল মজিয়াখনেই নহয়, খিৰিকীৰ পৰ্দা আৰু আচবাবৰ সঠিক ব্যৱহাৰেও ঘৰখন উমাল কৰি ৰাখে। শীতৰ দিনত খিৰিকীত পাতল পৰ্দাৰ সলনি ডাঠ কাপোৰৰ পৰ্দা ব্যৱহাৰ কৰিলে বাহিৰৰ চেঁচা বতাহ সোমাব নোৱাৰে। একেদৰে চোফা বা চকীত কুচন আৰু গৰম কম্বল থুপাই ৰাখিলে পৰিৱেশটো দেখিবলৈ আৰামদায়ক আৰু গৰম লাগে।

ঘৰৰ সৌন্দৰ্য্য আৰু উষ্ণতাৰ ক্ষেত্ৰত ৰঙৰো এক বিশেষ সংযোগ আছে। মুগা, বেইজ, ডাঠ ৰঙা বা মেৰুনৰ দৰে গৰম ৰংসমূহ কাৰ্পেট বা পৰ্দাৰ বাবে নিৰ্বাচন কৰিলে চকুৰ বাবে আৰামদায়ক হোৱাৰ লগতে মানসিকভাবেও ঠাণ্ডা কম অনুভৱ হয়। সেয়েহে এইবাৰ শীতত খৰচী আৰু অস্বাস্থ্যকৰ হিটাৰ ব্যৱহাৰ নকৰি স্মাৰ্ট পদ্ধতিৰে ঘৰখন সজাই তোলক। অলপ পৰিকল্পনা কৰি কাৰ্পেট আৰু সঠিক সজ্জা ব্যৱহাৰ কৰিলে শীতৰ দিনবোৰ স্বাস্থ্যকৰ, সুৰক্ষিত আৰু আৰামদায়ক কৰি তুলিব পৰা যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd