• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বাহৰ মন্তব্যৰ প্ৰতিবাদ! দলিত ছাত্ৰ-ছাত্ৰীৰ বাবে ‘আম্বেদকাৰ বৃত্তি’ ঘোষণা কেজৰিৱালৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 22, 2024 7:20 pm
168
VIEWS
Share on FacebookShare on Twitter

অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ’ব দিল্লীৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে দলিতসকলৰ হৃদয় জয় কৰিবলৈ ইতিমধ্যে ৰাজ্যৰ শাসকীয় আম আদমী পাৰ্টিয়ে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

এইবাৰ দিল্লীৰ দলিত ছাত্ৰ-ছাত্ৰীৰ বাবে দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিলে আম্বেদকাৰ বৃত্তি।

উল্লেখযোগ্য যে শেহতীয়াকৈ লোকসভাৰ শীতকালীন অধিৱেশনত অমিত শ্বাহৰ ‘আম্বেদকাৰ ফেশ্বন’ বুলি কৰা মন্তব্যই সংসদত আলোড়নৰ সৃষ্টি কৰিছে। বিৰোধীয়ে সামূহিকভাৱে ইয়াৰ প্ৰতিবাদ কৰিছে। অমিত শ্বাহৰ পৰা বিৰোধীয়ে ক্ষমা বিচাৰিছে।

শনিবাৰে এক সমাৱেশত ভাষণ দি দলিত ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন আঁচনি ঘোষণা কৰে কেজৰিৱালে। সংবিধানৰ পিতৃ আম্বেদকাৰক লৈ অমিত শ্বাহে কৰা অসন্মানজনক মন্তব্যৰ প্ৰতিবাদ স্বৰূপে এই প্ৰকল্প আৰম্ভ কৰিছে বুলি উল্লেখ কৰে আপৰ মুৰব্বীগৰাকীয়ে।

কেজৰিৱালে কয় “আপোনাৰ চৰকাৰে নিশ্চিত কৰিব যে দিল্লীৰ কোনো দলিত ছাত্ৰই যাতে ধনৰ অভাৱত বিদেশী বিশ্ববিদ্যালয় এৰিব নালাগে”।

আম্বেদকাৰক স্মৰণ কৰি কেজৰিৱালে সমাৱেশত কয় যে, ‘আম্বেদকাৰে ধনৰ অভাৱত লণ্ডন অৱ ইকনমিক্স এণ্ড পলিটিকেল ছায়েন্স (এল এছ ই)ত পঢ়া-শুনা বন্ধ কৰি দেশলৈ উভতি আহিবলগীয়া হৈছিল। দেশলৈ উভতি আহি পৰ্যাপ্ত ধনৰ ব্যৱস্থা কৰি পুনৰ এল এছ ইলৈ গৈ পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল।”

কেজৰিৱালে কয় যে দলিত চৰকাৰী কৰ্মচাৰীৰ সন্তানকো এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হ’ব।

উল্লেখ্য যে হ’বলগা দিল্লীৰ বিধানসভা নিৰ্বাচনত আপে জয়লাভ কৰি পুনৰ ক্ষমতালৈ আহিলেহে এই প্ৰকল্প আৰম্ভ কৰা হ’ব ঘোষণা কৰিছে কেজৰিৱালে।

Recent News

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd