• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনিয়াত ক্ষোভৰ সন্মুখীন ভাৰতৰ আদানি গ্ৰুপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2024 12:19 pm
গৌতম আদানি। ফাইল ফটো।

গৌতম আদানি। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেনিয়াত ভাৰতীয় কোম্পানী আদানি গ্ৰুপ তীব্ৰ ক্ষোভৰ সন্মুখীন হৈছে। এই কোম্পানীটোৱে পূব আফ্ৰিকাৰ দেশখনৰ সৰ্ববৃহৎ বিমানবন্দৰটো বিকাশ আৰু উন্নয়ন কৰাৰ কথা। কিন্তু এই সিদ্ধান্তৰ প্ৰতিবাদত সোমবাৰে দেশৰ বিমানবন্দৰৰ শ্ৰমিক সংঘই ধৰ্মঘটৰ আহ্বান জনাইছে।

কেনিয়া এভিয়েশন ৱৰ্কাৰছ ইউনিয়নে দাবী কৰিছে যে আদানি এয়াৰপৰ্টছ হোল্ডিংছৰ সৈতে প্ৰস্তাৱিত চুক্তি কাৰ্যকৰী হ’লে কেনিয়াৰ বাহিৰৰ পৰা শ্ৰমিক আহিব আৰু ফলত কেনিয়াৰ বহু চাকৰি হেৰুৱাব। সেয়ে তেওঁলোকে সাত দিনৰ জাননী দি ধৰ্মঘটত নামিব।

চৰকাৰক এই চুক্তি বাতিল কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে। তেওঁলোকে অনুমান কৰে যে চৰকাৰে জে কে আই এ বিমানবন্দৰটো অবৈধভাৱে বিক্ৰী কৰিবলৈ চেষ্টা কৰিছে।

Apply Now

লগতে পঢ়কঃ ‘অহা ৫ বছৰত মেডিকেল কলেজত বৃদ্ধি কৰা হ’ব ৭৫ হাজাৰ আসন’; স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা প্ৰধানমন্ত্ৰীৰ

কিন্তু কেনিয়া চৰকাৰে কয় যে বিমানবন্দৰটো বিক্ৰী কৰা হোৱা নাই। প্ৰস্তাৱিত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ ভিত্তিত বিমানবন্দৰ উন্নয়নৰ কাম সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

কেনিয়া ইউনিয়ন অৱ এম্প্লয়িজৰ সাধাৰণ সম্পাদক মছ এণ্ডিয়েমাই কয় যে আদানিৰ সৈতে হোৱা চুক্তি সম্পূৰ্ণৰূপে বাতিল কৰিব লাগিব।

কেনিয়া বিমানবন্দৰ কৰ্তৃপক্ষৰ সমগ্ৰ ব’ৰ্ডে পদত্যাগ কৰিব লাগে বুলিও তেওঁ দাবী জনায়।

সোমবাৰে কেএএই কয় যে তেওঁলোকে এই ধৰ্মঘটৰ জাননী লাভ কৰিছে। অৱশ্যে আলোচনাৰ মাধ্যমেৰে ইয়াৰ সমাধানৰ সন্ধান পোৱা যাব বুলি তেওঁলোক আশাবাদী। বিষয়াসকলে জনোৱা মতে, আদানি গ্ৰুপে দ্বিতীয়টো ৰাণৱে নিৰ্মাণ কৰাৰ লগতে যাত্ৰীসকলৰ ব্যৱহাৰৰ বাবে এটা টাৰ্মিনেল নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

লগতে পঢ়কঃ সপোন ভাগিল! ৰূপ নাপালে ৱিনেশে, আবেদন নাকচ কৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতে

যোৱা মাহত চৰকাৰৰ হৈ আদানীৰ এই প্ৰস্তাৱত কোৱা হৈছে যে এবছৰত ৭৫ লাখ যাত্ৰীয়ে জে কে আই এ বিমানবন্দৰত সঠিকভাৱে যাত্ৰা কৰিব পাৰিব। কিন্তু এতিয়া বাঢ়িছে যাত্ৰীৰ সংখ্যা। গতিকে আন্তঃগাঁথনি উন্নয়নৰ জৰুৰী প্ৰয়োজন। ওপৰৰ পৰা পানী সৰি পৰাৰ দৰে ঘটনাত কৰ্তৃপক্ষই অস্বস্তি অনুভৱ কৰিব লগা হয়।

খবৰ অনুসৰি জে কে আই এৰ আধুনিকীকৰণৰ বাবে দুই বিলিয়ন ডলাৰৰ প্ৰয়োজন। যিটো বৰ্তমানৰ আৰ্থিক পৰিস্থিতিত প্ৰদান কৰাটো চৰকাৰৰ বাবে কঠিন। চৰকাৰে কয় যে আদানীৰ এই প্ৰস্তাৱ বিবেচনা কৰা হৈছে। কোনো চুক্তি হ’লে দেশৰ স্বাৰ্থত কৰা হ’ব।

লগতে পঢ়কঃ বিয়পি পৰিছে মাংকিপক্স, বিশ্বব্যাপী স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ

ইয়াৰ পূৰ্বে যোৱা বছৰৰ জুন মাহত দেশৰ যুৱক-যুৱতীসকলে চৰকাৰে প্ৰস্তাৱ কৰা কৰ বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। আদানীৰ সৈতে হোৱা চুক্তিকো সেই সময়ত সমালোচনা কৰা হৈছিল। প্ৰতিবাদকাৰীয়ে যোৱা মাহত জেকেআইএত প্ৰৱেশৰ চেষ্টা চলাইছিল। আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd