• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিয়পি পৰিছে মাংকিপক্স, বিশ্বব্যাপী স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2024 11:13 am
ডব্লিউ এইচ অ’ৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ আধানম গেব্ৰেইছাছ।

ডব্লিউ এইচ অ’ৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ আধানম গেব্ৰেইছাছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফ্ৰিকা মহাদেশৰ কেইবাখনো দেশত মাংকিপক্স ৰোগৰ প্ৰাদুৰ্ভাৱৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বব্যাপী জৰুৰীকালীন স্বাস্থ্য অৱস্থা ঘোষণা কৰিছে। দুবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে মাংকিপক্সৰ  বাবে বিশ্বব্যাপী জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে সংস্থাটোৱে।

বুধবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ এখন কমিটীৰ জৰুৰী বৈঠক অনুষ্ঠিত হয়। মাংকিপক্স ৰোগক লৈ বিশ্বব্যাপী জৰুৰীকালীন স্বাস্থ্য অৱস্থা ঘোষণা কৰিব নে নকৰে সেই সন্দৰ্ভত ডব্লিউ এইচ অ’ৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ আধানম গেব্ৰেইছাছক পৰামৰ্শ দিবলৈ এই বৈঠক আহ্বান কৰা হয়। বৈঠকৰ অন্তত জৰুৰীকালীন স্বাস্থ্য অৱস্থা ঘোষণা কৰা হয়।

টেড্ৰছে কয় যে এই প্ৰাদুৰ্ভাৱ বন্ধ কৰি জীৱন ৰক্ষাৰ বাবে এক সমন্বিত আন্তঃৰাষ্ট্ৰীয় সঁহাৰি কাৰ্যসূচী অতি প্ৰয়োজনীয়।

Apply Now

লগতে পঢ়কঃ ‘অহা ৫ বছৰত মেডিকেল কলেজত বৃদ্ধি কৰা হ’ব ৭৫ হাজাৰ আসন’; স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা প্ৰধানমন্ত্ৰীৰ

টেড্ৰছে লগতে কয় যে কংগোত মাংকিপক্সৰ  এটা নতুন প্ৰজাতি চিনাক্ত কৰা হৈছে আৰু ই দ্ৰুতগতিত বিয়পি পৰিছে। এই ভাইৰাছ আগতে দেখা নোপোৱা দেশত ধৰা পৰিছে। এতিয়া ই আফ্ৰিকা আৰু এই মহাদেশৰ অতিক্ৰমি বিশ্বৰ আন আন ঠাইলৈ বিয়পি পৰাৰ সম্ভাৱনা আছে। এইবোৰ বৰ উদ্বেগজনক বিষয়।

মাংকিপক্স হৈছে স্মলপক্স আৰু কাউপক্সৰ সৈতে জড়িত পক্স ভাইৰাছ। মানুহৰ শৰীৰত মাংকিপক্সৰ সংক্ৰমণৰ ফলত সাধাৰণতে ফোহা বা ফোহাৰ দৰে ঘাঁ হয়। ফ্লুৰ দৰে লক্ষণ দেখা দিয়ে। কেতিয়াবা জ্বৰ হয়। সাধাৰণতে হাত-ভৰিত ঘাঁ হয়। দেখা যায় যে দীৰ্ঘদিন ধৰি ছালৰ সৈতে ছালৰ সংস্পৰ্শলৈ আহিলে ইয়াৰ বিস্তাৰ ঘটে।

এইবাৰ কংগোত আৰম্ভ হৈছে মাংকিপক্সৰ প্ৰাদুৰ্ভাৱ। তাতে ভাইৰাছৰ এটা স্থানীয় প্ৰজাতি বিয়পি পৰে। এইটো ক্লেড আই নামেৰে জনা যায়। কিন্তু এতিয়া আন এটা নতুন প্ৰকাৰৰ আবিৰ্ভাৱ হৈছে। ক্লেড আই বি নামৰ এই নতুন ষ্ট্ৰেইনটোৱে যৌন সম্পৰ্ককে ধৰি নিয়মীয়া অন্তৰংগ সংস্পৰ্শৰ জৰিয়তে দ্ৰুত আৰু সহজে বিয়পি পৰে বুলি ভবা হৈছে।

লগতে পঢ়কঃ সপোন ভাগিল! ৰূপ নাপালে ৱিনেশে, আবেদন নাকচ কৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতে

ইফালে কংগোৰ পৰা বুৰুণ্ডি, কেনিয়া, ৰুৱাণ্ডা, উগাণ্ডা আৰু বহু চুবুৰীয়া দেশলৈ কোৰোনা ভাইৰাছ বিয়পি পৰিছে। এনে পৰিস্থিতিত মাংকিপক্স ৰোগ প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰীকালীন স্বাস্থ্য অৱস্থা ঘোষণা কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd