• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অহা ৫ বছৰত মেডিকেল কলেজত বৃদ্ধি কৰা হ’ব ৭৫ হাজাৰ আসন’; স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা প্ৰধানমন্ত্ৰীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 15, 2024 9:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ১৫ আগষ্ট বৃহস্পতিবাৰে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে দিল্লীৰ লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণ।

দিল্লীৰ লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। লালকিল্লাত আয়োজিত এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী, জনজাতীয় জনগোষ্ঠী, কৃষক আৰু মহিলাসকলে অংশগ্ৰহণ কৰে।

স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ এইবাৰ প্ৰায় ৬ হাজাৰ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধা জনাই ভাষণ আৰম্ভ কৰে মোদীয়ে। প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা নাগৰিকসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে।

Apply Now

লগতে পঢ়কঃ সপোন ভাগিল! ৰূপ নাপালে ৱিনেশে, আবেদন নাকচ কৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতে

প্ৰধানমন্ত্ৰীয়ে কয়, ‘স্বাধীনতা পোৱাৰ আগতে দেশৰ জনসাধাৰণে শতিকাজুৰি চলি থকা দাসত্বৰ বিৰুদ্ধে যুদ্ধ চলাইছে। ১৮৫৭ চনৰ আগতেও আদিবাসী অঞ্চলত স্বাধীনতাৰ বাবে যুঁজ হৈছিল। দাসত্ব, অত্যাচাৰী শাসক, যন্ত্ৰণাৰ মাজতো প্ৰায় ৪০ কোটি দেশবাসীয়ে স্বাধীনতাৰ বাবে যুঁজিছিল। আমি গৌৰৱান্বিত যে তেওঁলোকৰ তেজ আমাৰ শৰীৰত বৈ আছে। সেই সময়ৰ ৪০ কোটি দেশবাসীয়ে যদি দাসত্বৰ শিকলি ভাঙি স্বাধীনতা লাভ কৰিব পাৰে, তেন্তে ১৪০ কোটি মানুহে কি কৰিব পাৰে সেয়া কোৱাৰ প্ৰয়োজন নাই। দেশবাসীয়ে যদি একেলগে আগবাঢ়ি যায়, যিমানেই বাধা নাহক, যিমানেই অভাৱ নহওক কিয়, আমি বাধাবোৰ অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ম। আমি উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’ব পাৰো। আমি এখন সমৃদ্ধিশালী ভাৰত গঢ়িব পাৰো। ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ সম্ভাৱনা আছে।‘

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ’ বিশ্বত ভাৰতৰ মৰ্যাদা বৃদ্ধি পাইছে। আমি ৰাজনীতিৰ স্বাৰ্থত সংস্কাৰ নকৰোঁ। আমাৰ বাবে জাতীয় স্বাৰ্থ সৰ্বোচ্চ। মোৰ ভাৰতক মহান কৰি তোলাৰ সংকল্পৰে আমি পদক্ষেপ লওঁ।’

প্ৰধানমন্ত্ৰীৰ মন্তব্য ‘ভাৰতত কৰ’ণাত সৰ্বাধিক দ্ৰুত টিকাকৰণ  হৈছে। আগতে শত্ৰুৱে আহি সেনাক হত্যা কৰি গুচি যায়, এতিয়া সেনাই ছাৰ্জিকেল ষ্ট্ৰাইক কৰে,  এয়াৰ ষ্ট্ৰাইক কৰে। ভাৰতীয়সকলে এতিয়া গৌৰৱ অনুভৱ কৰে।’ প্ৰধানমন্ত্ৰীৰ কণ্ঠত জলজীৱন মিছনৰ গুণগানো শিনা যায়।

লগতে পঢ়কঃ Independence day 2024: স্বাধীনতা দিৱস উপলক্ষ্যে কেইটামান বহু বিকল্পী প্ৰশ্ন

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘মানুহৰ আয় দুগুণ হৈছে। ৰপ্তানি বৃদ্ধি পাইছে। বৃদ্ধি পাইছে বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ। বিকশিত ভাৰত মিছনৰ অন্যতম লক্ষ্য হৈছে মানুহৰ জীৱনৰ ওপৰত চৰকাৰৰ বোজা হ্ৰাস কৰা। মানুহৰ জীৱন সহজ কৰি তুলিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। নাগৰিকৰ বাবে ১৫০০ৰো অধিক আইন বাতিল কৰা হৈছে যাতে মানুহে বিপদত নপৰে। সৰু সৰু অপৰাধৰ বাবে কাৰাদণ্ডৰ শাস্তি বহন কৰা আইনবোৰো আমি ভাঙি পেলাইছো। ফৌজদাৰী আইন সলনি কৰা হৈছে। জীৱনযাত্ৰা সহজ কৰি তোলাৰ অভিযানৰ দিশত পদক্ষেপ লোৱাত সহায় কৰিবলৈ প্ৰতিটো দলৰ প্ৰতিনিধিক আহ্বান জনাইছো।’

প্ৰধানমন্ত্ৰীৰ কণ্ঠত পুনৰ শুনা গ’ল ‘সব কা সাথ, সব কা বিকাশ’ শ্ল’গান। প্ৰধানমন্ত্ৰীয়ে সংহতিৰ বাৰ্তাও প্ৰদান কৰে। তেওঁ কয়, ‘জাতি-ধৰ্ম নিৰ্বিশেষে আজি ঘৰে ঘৰে ত্ৰিৰংগা উৎসৱত পৰিণত হৈছে।

লগতে পঢ়কঃ দেশৰ সকলো ব্ৰেণ্ডেড নিমখ আৰু চেনিতে আছে মাইক্ৰ’প্লাষ্টিক! গৱেষণাত উদ্বেগজনক তথ্য

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘প্ৰতি বছৰে ভাৰতৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে মেডিকেল পঢ়িবলৈ বিদেশলৈ যায়। সেয়ে, এতিয়া ১০ বছৰত মেডিকেলৰ সংখ্যা ১ লাখলৈ বৃদ্ধি পাইছে। অহা ৫ বছৰত মেডিকেল কলেজত ৭৫ হাজাৰ নতুন আসনৰ সৃষ্টি  কৰা হ’ব। শিশুৰ বাবে ৰাষ্ট্ৰীয় পুষ্টি অভিযান আৰম্ভ হৈছে।’ 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd