• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত এইবাৰ বাৰ্ড ফ্লুৰ তাণ্ডৱ; কেৰালাত বাৰ্ড ফ্লুক ‘ৰাজ্যিক দুৰ্যোগ’ ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 6, 2021 11:26 am

1 min read

দেশত এইবাৰ বাৰ্ড ফ্লুৰ তাণ্ডৱ; কেৰালাত বাৰ্ড ফ্লুক ‘ৰাজ্যিক দুৰ্যোগ’ ঘোষণা
144
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ আতংক চলি থকাৰ সময়তে এইবাৰ দেশত পুনৰ আৰম্ভ হৈছে বাৰ্ড ফ্লুৰ আতংক।

কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, হাৰিয়ানাত বাৰ্ড ফ্লুৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে দেশৰ অন্যান্য ৰাজ্যসমূহলৈয়ো বাৰ্ড ফ্লু বিস্তাৰিত হোৱাৰ সম্ভাৱনাই দেখা দিছে।

কেন্দ্ৰীয় পৰিৱেশ, বন মন্ত্ৰ্যালয়ে সকলো ৰাজ্যৰ বন বিভাগক বাৰ্ড ফ্লু সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

ইতিমধ্যে কেৰালা চৰকাৰে বাৰ্ড ফ্লুক ৰাজ্যিক হিচাপে দুৰ্যোগ ঘোষণা কৰিছে। কেৰালাত এতিয়ালৈ ১৫০০০-ৰ অধিক হাঁহৰ বাৰ্ড ফ্লুৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

পৰিভ্ৰমী চৰাইৰ মাধ্যমেৰে এই বাৰ্ড ফ্লু এখন ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ সংক্ৰমিত হ’ব বুলি ধাৰণা কৰা হৈছে।

মধ্যপ্ৰদেশত ইতিমধ্যে সহস্ৰাধিক কাউৰীৰ মৃত্যু হৈছে।

অসমৰো নলবাৰী আদি জিলাৰ কেইবাখনো ফাৰ্মত কুকুৰাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

বহু সংখ্যক ফাৰ্মৰ গৰাকীয়ে অতি কম মূল্যত অৱশিষ্ট কুকুৰা সমূহ বিক্ৰী কৰি দিবলগীয়া হৈছে।

Recent News

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd