• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাৱধান!, কেৰালাত নতুন প্ৰজাতিৰ মেলেৰিয়াৰ আবিৰ্ভাৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 11, 2020 4:52 pm

1 min read

সাৱধান!, কেৰালাত নতুন প্ৰজাতিৰ মেলেৰিয়াৰ আবিৰ্ভাৱ
166
VIEWS
Share on FacebookShare on Twitter

কেৰালাত মেলেৰিয়াৰ নতুন প্ৰজাতি ধৰা পৰিছে।

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাই শুকুৰবাৰে মেলাৰিয়াৰ নতুন জিন, প্লাজম’দিয়াম অভেল ৰাজ্যখনত চিনাক্ত হৈছে বুলি ঘোষণা কৰে।

চুডানৰ পৰা উভতি অহা এগৰাকী সেনা জোৱানৰ শৰীৰত এই নতুন ধৰণৰ মেৰেলিয়াৰ লক্ষণ ধৰা পৰিছে বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।

বৰ্তমান সেনা জোৱান গৰাকীক কুন্নাৰ জিলা হস্পিটেলত চিকিৎসা কৰি থকা হৈছে।

‘‘নতুন প্ৰজাতিৰ মেলেৰিয়াৰ সংক্ৰমণ সঠিক সময়ত চিকিৎসা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিলে ৰোধ কৰিব পৰা যাব,’’ স্বাস্থ্য মন্ত্ৰী শৈলজাই পুনৰ কয়।

উল্লেখযোগ্য যে, মেলেৰিয়া প্ৰতিৰোধৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষই গ্ৰহণ কৰা কাৰ্য্যপন্থাক বিশ্ব স্বাস্থ্য সংস্থাই প্ৰশংসা কৰিছিল।

আনহাতে, কোভিডৰ সংক্ৰমণৰ সময়তো কেৰালাৰ স্বাস্থ্য বিভাগে দেখুওৱা কৰ্মপদ্ধতিক বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে অন্যান্য স্বাস্থ্য সংস্থা সমূহে উচ্চ প্ৰশংসা কৰিছিল।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd