• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঁতৰিল আইনী জটিলতা! স্থগিতাদেশ উঠাই ল’লে উচ্চ ন্যায়ালয়ে; মুক্তিৰ পথত ‘দ্য কেৰেলা ষ্ট’ৰী ২’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2026 11:02 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্য কেৰেলা ষ্ট’ৰী ২ মুক্তিক কেন্দ্ৰ কৰি থকা আইনী জটিলতা সদ্যহতে আঁতৰিল। কেৰালা উচ্চ ন্যায়ালয়ে ছবিখনৰ ওপৰত দিয়া স্থগিতাদেশৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিছে। ছবিখন ২৭ ফেব্ৰুৱাৰী শুকুৰবাৰে মুক্তি পোৱাৰ কথা আছিল যদিও শেষ মুহূৰ্তত আবদ্ধ হৈ পৰে। অৱশ্যে আদালতৰ নতুন আদেশে ছবিখনৰ মুক্তিৰ পথ মুকলি কৰিছে।

বৃহস্পতিবাৰে ন্যায়াধীশ বেচু কুৰিয়ান থমাছে ছবিখন মুক্তিৰ ওপৰত স্থগিতাদেশৰ নিৰ্দেশ প্ৰদান কৰে। লগতে তেওঁ চেন্সৰ ব’ৰ্ডৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি নিয়ম অনুসৰি কাম নকৰাত ক্ষোভ প্ৰকাশ কৰে।

Apply Now

এনে পৰিস্থিতিত প্ৰযোজকসকলে উচ্চ বিচাৰপীঠৰ কাষ চাপিল। পিছত ন্যায়াধীশ এছ এ ধৰ্মাধিকাৰী আৰু পি ভি বালকৃষ্ণনৰ বিভাগীয় বিচাৰপীঠে পূৰ্বৰ নিৰ্দেশ বাতিল কৰে। চেন্সৰৰ অনুমোদন লাভ কৰা ছবিখনৰ মুক্তি পিছুৱাই দিয়াৰ প্ৰয়োজন নাই বুলি আদালতে কয়।

শুকুৰবাৰে সন্ধিয়া ৪ বজাত উঠাই লোৱা হয় স্থগিতাদেশৰ নিৰ্দেশ। যদিও আইনী জটিলতাৰ বাবে ২৭ ফেব্ৰুৱাৰীত ছবিৰ নিৰ্ধাৰিত মুক্তি সম্ভৱ নহ’ল, তথাপিও আলোচনাৰ অন্তত প্ৰযোজকসকলে পৰৱৰ্তী মুক্তিৰ তাৰিখ ঘোষণা কৰিব।

জীৱবিজ্ঞানী শ্ৰীদেৱ নম্বোদ্ৰীয়ে দাখিল কৰা এজাহাৰৰ পৰাই এই গোচৰৰ সূত্ৰপাত। তেওঁ দাবী কৰে যে ছবিখনৰ ট্ৰেইলাৰত কেৰালাক অতি নেতিবাচক ৰূপত চিত্ৰিত কৰা হৈছে, যাৰ ফলত সমাজত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব পাৰে। শুনানিৰ সময়ত আদালতে প্ৰথমে মন্তব্য কৰিছিল যে আবেদনকাৰীৰ দাবী ‘সম্ভৱতঃ’ সত্য। ইয়াৰ পিছত মুক্তিৰ ওপৰত স্থগিতাদেশ জাৰি কৰা হয় আৰু চেঞ্চৰ ব’ৰ্ডকো ভর্ৎসনা কৰা হয়।

ছবিখনৰ টিজাৰ আৰু ট্ৰেইলাৰ মুক্তিৰ পিছৰে পৰা বিতৰ্কৰ সৃষ্টি হৈছে। তাত কেইবাগৰাকীও ভয়ত সন্তস্ত্ৰ মহিলাৰ কাহিনীৰ জৰিয়তে বলপূৰ্বক ধৰ্মান্তৰকৰণৰ অভিযোগ উত্থাপন হৈছে।

চৰিত্ৰসমূহৰ ভিতৰত সুৰেখা নায়াৰ আৰু নেহা সন্ত আদিৰ নামো আছে। পটভূমিৰ কণ্ঠত শুনা যায়, “আমাৰ ছোৱালীবোৰ প্ৰেমত নপৰে, ফান্দত পৰে। এতিয়াৰ পৰা সিহঁতে আৰু সহ্য নকৰে, তেওঁলোকে উভতি ধৰিব।” কোনোবাই আই এ এছ বিষয়া হোৱাৰ সপোন দেখিছিল, কোনোৱে প্ৰতিষ্ঠিত নৃত্যশিল্পী হ’ব বিচাৰিছিল। আনকি কিছুমানে প্ৰেমৰ স্বাৰ্থত হিন্দু ধৰ্মৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কথাও কৈছে।

কিন্তু সেই সপোন ছিন্নভিন্ন হৈ পৰে – টিজাৰ-ট্ৰেইলাৰত এইটোৱেই দেখুওৱা হৈছে। লগতে দাবী কৰা হৈছে যে দেশখনক মুছলমান প্ৰধান ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনাৰ ইংগিত পোৱা গৈছে। এই কাৰণেই ছবিখনে প্ৰথম খণ্ডৰ দৰেই সাম্প্ৰদায়িকতাৰ বীজ সিঁচা বুলি অভিযোগ উত্থাপন হৈছে। মুঠতে বিতৰ্ক, আইনী জটিলতা আৰু আদালতৰ হস্তক্ষেপৰ পিছত অৱশেষত মুক্তিৰ পথত ‘দ্য কেৰেলা ষ্ট’ৰী ২’।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd