• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেৰালাত কংগ্ৰেছৰ বৃহৎ জয়ৰ পাছতো মুখ্যমন্ত্ৰী পদক লৈ অচলাৱস্থা, দৌৰত তিনিজন নেতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2026 9:17 am
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৪০ খন আসন বিশিষ্ট কেৰালা বিধানসভাত কংগ্ৰেছে অকলেই ৬৩ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মিত্ৰজোঁটৰ দল আই ইউ এম এলে ২২ খন, কেৰালা কংগ্ৰেছে ৮ খন আৰু আৰ এছ পিয়ে ৩ খন আসন লাভ কৰিছে। মুঠ ১০২ খন আসন লাভ কৰি কংগ্ৰেছ মিত্ৰজোঁটে বাওঁপন্থী মৰ্চাৰ দহ বছৰীয়া শাসনৰ অন্ত পেলাইছে। কিন্তু এনে বৃহৎ সাফল্যৰ পাছতো ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ কংগ্ৰেছ হাইকমাণ্ডে এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাই।

মুখ্যমন্ত্ৰী বাছনিৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দিল্লীত এলানি দীঘলীয়া বৈঠকত মিলিত হৈছে। হাইকমাণ্ডে প্ৰেৰণ কৰা দুজন নিৰীক্ষক মুকুল ৱাচনিক আৰু অজয় মাকেনে ইতিমধ্যে দলৰ বিধায়কসকলৰ লগত কথা পাতি নিজৰ প্ৰতিবেদন দাখিল কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ দিল্লীৰ বাসভৱনত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকত ৰাহুল গান্ধী, দীপা দাসমুন্সি, কে চি বেণুগোপাল, ৰাজ্যিক সভাপতি ছানি জোচেফ, ভি ডি সতীশন আৰু ৰমেশ চেন্নিথালা উপস্থিত থাকে।

Apply Now

চৰকাৰৰ নেতৃত্ব কোনে ল’ব সেই বিষয়ত মিত্ৰদলসমূহৰ মতামতকো কংগ্ৰেছে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।
বৰ্তমান মুখ্যমন্ত্ৰী পদৰ দৌৰত মূলতঃ তিনিজন নেতাৰ নাম আগস্থানত আছে। ৰাহুল গান্ধীৰ ঘনিষ্ঠ কে চি বেণুগোপাল, বাওঁপন্থীৰ বিৰুদ্ধে দলক সফল নেতৃত্ব দিয়া ভি ডি সতীশন আৰু জ্যেষ্ঠ নেতা ৰমেশ চেন্নিথালাৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলিছে। দলীয় সূত্ৰৰ মতে, সৰহসংখ্যক বিধায়কে কে চি বেণুগোপালক মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ বিপৰীতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ এটা ডাঙৰ অংশই ভি ডি সতীশনক বিচাৰে। দুয়োগৰাকী নেতাৰ সমৰ্থকসকলে ইতিমধ্যে দিল্লীতো পোষ্টাৰ আৰু শ্লোগানেৰে নিজৰ সমৰ্থন প্ৰকাশ কৰিছে। আনকি খাৰ্গেৰ বাসভৱনৰ সন্মুখতো বেণুগোপালৰ সমৰ্থনত পোষ্টাৰ দেখা গৈছে। অৱশ্যে জ্যেষ্ঠ নেতা কে মুৰলীধৰণে দাবী কৰিছে যে অহা ২৪ ঘণ্টাৰ ভিতৰতে হাইকমাণ্ডে মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd