• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেতেকী বুঢ়াগোহাঁই ন্যাস বঁটা প্ৰদান অনুষ্ঠান,ইউৰেকা উন্মোচন

এন ই নাও নিউজ,টিয়ক by এন ই নাও নিউজ,টিয়ক
March 12, 2022 8:06 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ভিৰৰ মাজত থাকিলেও নিজক জিলিকাই তুলিব লাগিব। ইয়াৰ কাৰণে নিজৰ প্ৰতিভাক চিনাক্ত কৰি উপযুক্তভাৱে কঠোৰ সাধনা কৰিব লাগিব।”টীয়কৰ বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল পীড়াকটাৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ন্যাস বঁটা আৰু বাৰ্ষিক বঁটা বিতৰণৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ডিফু ডনবক্স’ ডিগ্ৰী কলেজৰ সহযোগী অধ্যাপক তথা লেখক অসীম কুমাৰ হাজৰিকাই এইদৰে কয় ।

বিদ্যালয় সংগীতেৰে আৰম্ভণি কৰা সভাখনত সভাপতিত্ব কৰে আমগুৰি আউনীআটীয় হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰদীপ বৰঠাকুৰে।

Apply Now

বহু কেইজন বিশিষ্ট অতিথি উপস্থিত থকা সভাত ২০২১ বৰ্ষৰ উচ্চ মাধ্যমিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ পাৰ্থপ্ৰতিম শৰ্মা আৰু ছাত্ৰী সংগীতা শইকীয়াক কেতেকী বুঢ়াগোহাঁই ন্যাস বঁটা প্ৰদান কৰে।

অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা উচ্চ শাখাৰ ছাত্ৰী ৰুচীস্মিতা বৰাক আৰু নিম্ন শাখাৰ ছাত্ৰ প্ৰাচুৰ্য প্ৰিয়ম ফুকনক মুক্তিযোদ্ধা মিনাৰাম বৰা সোঁৱৰণী বঁটা প্ৰদান কৰে।

বাৰ্ষিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা উচ্চ শাখাৰ ছাত্ৰী ৰুচীস্মিতা বৰাক আৰু নিম্ন শাখাৰ ছাত্ৰ প্ৰাচুৰ্য প্ৰিয়ম ফুকনক নকুল চন্দ্ৰ বৰকটকী স্মৃতি বঁটা প্ৰদান কৰে। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ছাত্ৰীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা সংগীতা শইকীয়াক অমিয়া হাজৰিকা স্মৃতি বঁটা প্ৰদান কৰে।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত গণিত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা পাৰ্থপ্ৰতিম শৰ্মাক মুক্তিযোদ্ধা শনিৰাম দোলাকাষৰীয়া স্মৃতি বঁটা প্ৰদান কৰে। অধ্যক্ষা মেৰিনা বেগমে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানৰ আঁত ধৰে ছাত্ৰ একতা সভাৰ সভাপতি যোগেশ বৰাই।সভাত অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী গোপী শইকীয়া, বিদ্যালয় পৰিচালনা সভাৰ উপ সভাপতি শ্যাম বৰা প্ৰমুখ্যে বিভিন্নজন উপস্থিত থাকে।

উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণসকলক জনোৱা অভিনন্দন অনুষ্ঠান পৰিচালনা কৰে শিক্ষয়িত্ৰী বন্তিশিখা বৰাই আৰু ন্যাস বঁটা প্ৰদান অনুষ্ঠান পৰিচালনা কৰে শিক্ষক হেমেন কুমাৰ শইকীয়াই।

আনহাতে,বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান পৰিচালনা কৰে শিক্ষয়িত্ৰী বিভা দেৱী,জ্যোতিমণি দাস,অসীমা বৰা,নয়নমণি বৰাই।ইয়াৰ আগতে পুৱা পতাকা উত্তোলন কৰে যোগেশ বৰাই আৰু গণিত-বিজ্ঞানৰ প্ৰাচীৰ পত্ৰিকা ইউৰেকা উন্মোচন কৰে হেমেন কুমাৰ শইকীয়াই।

এন ই নাও নিউজ,টিয়ক

এন ই নাও নিউজ,টিয়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd