DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘‘খতম, তাতা, বাই বাই!’’ : বীৰেন্দৰ চেহৱাগৰ মুখত ৰাহুল গান্ধীৰ উক্তি, কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2021 9:23 am
366
VIEWS
Share on FacebookShare on Twitter

টীম ইণ্ডিয়াৰ প্ৰাক্তন মাৰমুখী অপেনাৰ বিৰেন্দৰ সেহৱাগে টুইটাৰযোগে নিয়মীয়াকৈ নিজৰ অনুভৱ ব্যক্ত কৰি অহাৰ উপৰিও বিভিন্ন মেমে আৰু ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰি নেটিজেনসকলৰ মাজত মনোৰঞ্জনৰো সৃষ্টি কৰি আহিছে।

শেহতীয়াকৈ ইংলেণ্ড আৰু ভাৰতৰ মাজত চলি থকা টেষ্ট শৃংখলাটোতো তেওঁ এইক্ষেত্ৰত ক্ষান্ত থকা নাই।

বুধবাৰে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হোৱা তৃতীয় টেষ্টখনৰ প্ৰথম ইনিংছত ইংলেণ্ডৰ বেটিংক্ৰম বিধস্ত হৈ পৰাক লৈও চেহৱাগে কৰা এটা টুইটক লৈ চৰ্চা চলিছে।

England batsman as soon as they come on the wicket #INDvENG pic.twitter.com/vDpRgrsnP1

— Virender Sehwag (@virendersehwag) February 24, 2021

১১২ ৰাণতে আটাইকেইটা হেৰুওৱা ইংলেণ্ডৰ বেটিং  ক্ৰমক উপুলুঙা কৰি চেহৱাগে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা ভাইৰেল বক্তব্যৰ ক্লিপিংছ টুইটটোৰ দ্বাৰা শ্বেয়াৰ কৰে।

আঠ চেকেণ্ডৰ ক্লিপিংছটোত ৰাহুল গান্ধীয়ে এখন নিৰ্বাচনী সভাত কোৱা দেখা গৈছে- ‘‘খতম, তাতা, বাই বাই!’’

ইয়াৰ দ্বাৰা চেহৱাগে ইনিংছটোত ইংলেণ্ডৰ সঘন উইকেট পতনক লৈ ব্যংগ কৰিছে।

Classic Viru 😂😂 https://t.co/1oGxOweNQJ

— Harbhajan Turbanator (@harbhajan_singh) February 24, 2021

চেহৱাগৰ এই টুইটটোক তেওঁৰ একালৰ সতীৰ্থ তাৰকা অফস্পীনাৰ হৰভজন সিঙে ৰিটুইট কৰি কৈছে- ‘‘ক্লাছিক বিৰু!’’

Recent News

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd