• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘খোজ ভেটিৰ পৰা আধাৰশিলালৈ’ৰ ষষ্ঠ বৰ্ষপূতি: অসমীয়া ভাষা সংৰক্ষণ-সংবৰ্ধন সম্পৰ্কে আলোচনা

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
February 4, 2019 7:06 am
IMG-20190203-WA0008

'খোজ ভেটিৰ পৰা আধাৰশিলালৈ' অনুষ্ঠানৰ ষষ্ঠ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠান। ফটো : নৰ্থইষ্ট নাও

688
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ  হাতীঘূলি অঞ্চলৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান খোজ ভেটিৰ পৰা আধাৰশিলাই ষষ্ঠ বছৰ অতিক্ৰম কৰিলে ৷ এই উপলক্ষে দেওবাৰে শিলপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক,কবি জীৱন কৃষ্ণ গোস্বামীৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত হয়।

সভাত বিশিষ্ট কবি, সমালোচক তথা নাজিৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী ৰাজীৱ বৰাই বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানতেই  বৰাই খোজৰ অধ্যক্ষ দিগন্ত নাথৰ কাব্যগ্ৰন্থ ” দ্বিতীয়াৰ জোন ” আৰু ৰূপজ্যোতি নাথৰ কাব্যগ্ৰন্থ ” জুই ফুলাৰ লগন ” উন্মোচন কৰে।

গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত অধ্যাপক বৰাই কয় যে কবিতা ৰচনাৰ বাবে অধ্যয়ন, অনুসন্ধান আৰু অনুশীলনৰ প্ৰয়োজন ৷ সাম্প্ৰতিক সময়ৰ অসমীয়া কবিতাৰ ধাৰা  আৰু নতুন কবিতাৰ ধাৰা  আৰু নতুন কবিৰ কবিতাই আশাৰ সঞ্চাৰ কৰাৰ বিষয়ে বৰাই আলোকপাত কৰে ৷

অনুষ্ঠানত আমগুৰি  মহাবিদ্যালয়ৰ উপাধ্যক্ষা নীলিমা বৰুৱাই  বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি খোজৰ দৰে সাহিত্য সাংস্কৃতিক অনুষ্ঠানেহে অসমীয়া ভাষা সাহিত্য সংবৰ্ধনত  প্ৰকৃতাৰ্থত  সেৱা আগবঢ়াই  অগতানুগতিক  কাৰ্যসূচীৰে অনাগত দিনত  আৰু আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে ৷

প্ৰিয়ভা নাথৰ বৰগীতেৰে শুভাৰম্ভ কৰা সভাত  নামদাং নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ নাথ নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকি  অসমীয়া ভাষা সংৰক্ষণ -সংবৰ্ধনত সাহিত্য-সাংস্কৃতিক চ’ৰা সমূহৰ দায়িত শীৰ্ষক বক্তৃতা প্ৰদান কৰে ৷

ৰূপজ্যোতি নাথে আঁতধৰা  অনুষ্ঠানটোত  আমগুৰি মহাবিদ্যালয়ৰ অধ্যাপিকা দীপামণি বৰঠাকুৰ,সাংবাদিক গকুল বৰা, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয় অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক জীৱমণি নাথ, গৌৰীসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজীৱ দত্ত, খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক কুলধৰ বৰা প্ৰমুখ্যে বিভিন্নজনে বক্তব্য আগবঢ়ায় ৷

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd