• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

”শিশুবিলাকক গুলিয়াই নামাৰিব, প্ৰয়োজনত মোকে হত্যা কৰক!”

ম্যানমাৰৰ সামৰিক সন্ত্ৰাসক ফুটাই তুলিলে এখনি চৰ্চিত ফটোৱে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 9, 2021 8:28 pm

1 min read

”শিশুবিলাকক গুলিয়াই নামাৰিব, প্ৰয়োজনত মোকে হত্যা কৰক!”
7.6k
VIEWS
Share on FacebookShare on Twitter

 ”শিশুবিলাকক অত্যাচাৰ আৰু গুলিয়াই মৰাতকৈ মোকে হত্যা কৰক”।- এগৰাকী নানৰ  এই হৃদয়বিদাৰক বক্তব্যই ম্যানমাৰৰ সামৰিক সন্ত্ৰাসৰ ভয়াবহতাক প্ৰতিফলিত কৰিছে।

ইতিমধ্যে তেওঁৰ এই বক্তব্যটো সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈছে।

উত্তৰ ম্যানমাৰৰ এখন চহৰ মিটকিনাত সোমবাৰে সংঘটিত হৈছে এই ঘটনা।

চহৰখনৰ এটা কেথলিক গীৰ্জাৰ এগৰাকী নানে অস্ত্ৰধাৰী আৰক্ষীৰ দল এটাৰ সমুখত আঁঠুকাঢ়ি শিশুসকলৰ প্ৰাণভিক্ষা কৰিছে।

আৰক্ষীৰ দলটো তাত উপস্থিত হৈছিল সামৰিক শাসনৰ প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিবৰ বাবে।

”মই আঁঠু কাঢ়িছিলো… অনুৰোধ কৰিছিলো যাতে শিশুসকলক অত্যাচাৰ নকৰে আৰু গুলিয়াই নামাৰে।”- এন ৰ’জ নু টাৱং নামৰ ৪৫ বৰ্ষীয়া নানগৰাকীয়ে এই সম্পৰ্কত কয়।

উল্লেখযোগ্য যে মিটকিনা চহৰখন ম্যানমাৰৰ কাছিন প্ৰদেশৰ ৰাজধানী আৰু কাছিন প্ৰদেশ অন্যতম স্পৰ্শকাতৰ অঞ্চল।

মিটকিনা চহৰত ইতিমধ্যে দুজন প্ৰতিবাদকাৰীক গুলিয়াই মৰা হৈছে বুলি বাতৰিত প্ৰকাশ পাইছে।

Recent News

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd