• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কমিউনিষ্টসকলক য’তে দেখে, থিতাতে হত্যা কৰক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰ’ড্ৰিগ’ ডুটাৰ্টে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2021 4:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰড্ৰিগ’ ডুটেৰ্টেই শুকুৰবাৰে এক চাঞ্চল্যকৰ বক্তব্য আগবঢ়াইছে।

দেশখনত সুদীৰ্ঘ দিন ধৰি চলি অহা কমিউনিষ্ট বিদ্ৰোহ সম্পৰ্কে ডুটেৰ্টেই কয় যে সেনাবাহিনী আৰু আৰক্ষীয়ে য’তে কমিউনিষ্টসকলক দেখা পায়, তাতে জীৱন্তে হত্যা কৰি পেলাব লাগে।

Apply Now

সেনাবাহিনী আৰু আৰক্ষীক এই বিষয়ে আদেশ দিয়া বুলিও এখন চৰকাৰী সভাত তেওঁ কয়।

‘‘মানৱ অধিকাৰৰ কথা পাহৰি যাওক। এয়া মোৰ আদেশ। মই জেল যাবলৈও সাজু, সেয়া মোৰ সমস্যা নহয়।’’ ৰাষ্ট্ৰপতিজনে কয়।

কমিউনিষ্ট বিদ্ৰোহীসকলক কটাক্ষ কৰি কয় যে তেওঁলোক ডকাইত, তেওঁলোকৰ কোনো আদৰ্শ নাই, আনকি চীন আৰু ৰাছিয়াও এতিয়া পুঁজিবাদী দেশ।

আনহাতে অস্ত্ৰসম্বৰণ কৰি মুলসুঁতিলৈ উভটি আহিলে বিদ্ৰোহীসকলক চাকৰি, ঘৰ আৰু সংস্থাপনো প্ৰদান কৰিব বুলি তেওঁ কয়।

উল্লেখযোগ্য যে ১৯৬৮ চনৰ পৰা ফিলিপাইনছত কমিউনিষ্ট বিদ্ৰোহীসকলে সশস্ত্ৰ বিদ্ৰোহ চলাই আহিছে।

ই বিশ্বৰ অন্যতম দীৰ্ঘকালীন মাওবাদী বিদ্ৰোহ।

পাঁচটা দশকত ইতিমধ্যে ৩০,০০০ জন মাওবাদী বিদ্ৰোহীয়ে প্ৰাণ হেৰুৱাইছে।

দেশখনৰ নিৰ্বাচিত বহুকেইজন ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে তেওঁলোকৰ স’তে শান্তি চুক্তিৰ প্ৰচেষ্টা কৰিছিল যদিও সফল নহ’ল।

বিদ্ৰোহীসকলৰ নেতা হুছে মাৰিয়া ছিছন বৰ্তমানে দ্যা নেদাৰলেণ্ডছত আত্মনিৰ্বাসন কৰি আছে।

বৰ্তমান ৮২ বছৰীয়া বিদ্ৰোহী নেতাজন কমিউনিষ্ট পাৰ্ট অৱ দ্যা ফিলিপাইনছৰ প্ৰতিষ্ঠাপক সম্পাদক।

২০১৬ চনত বৰ্তমানৰ ৰাষ্ট্ৰপতি ডুটাৰ্টেই যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে শান্তি আলোচনাৰ দ্বাৰা দশকজুৰি চলি অহা মাওবাদী বিদ্ৰোহটোক সমাপ্ত কৰিব।

কিন্তু ২০১৭ চনত চৰকাৰী বাহিনী আৰু বিদ্ৰোহীসকলৰ মাজত হোৱা ৰক্তাক্ত সংঘাটত ফলশ্ৰুতিত ডুটাৰ্টে শান্তিপ্ৰস্তাৱ ভংগ কৰে আৰু বিদ্ৰোহীসকলক ‘সন্ত্ৰাসবাদী’ আখ্যা দিয়ে।

আনকি তেওঁ মহিলা বিদ্ৰোহীসকলৰ জননাংগত গুলী কৰিবলৈও সেনাবাহিনীক উদগণী জনায়।

২০১৮ চনত এটা বিশেষ ক্ষমতাধাৰী সৈন্যবাহিনী তেওঁ গঠন কৰে।

ডুটাৰ্টেৰ এই নীতিৰ সমালোচকসকলে কয় যে মাওবাদী বিদ্ৰোহীসকলৰ অচিলা লৈ ডুটাৰ্টেই অন্যান্য বাওঁপন্থী শক্তিসমূহৰ লগতে তেওঁৰ বিৰোধীসকলকো এই বিশেষ ক্ষমতাধাৰী সৈন্যবাহিনীৰ দ্বাৰা অত্যাচাৰ চলাইছে।

শুকুৰবাৰে ডুটাৰ্টেই প্ৰদান কৰা এই ভাষ্যৰ ফলশ্ৰুতিত দেশখনত পুনৰ ৰক্তাক্ত পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে আশংকাপ্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd