• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক কিম জং উনৰ ৰাজনৈতিক জীৱনৰ ১১ টা বিশেষ তথ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2020 3:44 pm
Story-1-6-1140x570-750x375

উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উন। ফটো: এবিচি নিউজৰ সৌজন্যত

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিম জং উন হৈছে উত্তৰ কোৰিয়াৰ অপেৰা গায়িকা ক’ য়ঙ-হীৰ আৰু একনায়কত্ববাদী শাসক কিম জং দ্বিতীয়ৰ পুত্ৰ।

২০১১ চনত কিম জং দ্বিতীয়ৰ মৃত্যুৰ পিছত কিম জং উনে ক্ৰমশঃ উত্তৰ কোৰিয়াৰ শাসনৰ ভাৰ নিজৰ হাতলৈ আনি দেউতাকৰ দৰে একনায়ত্ববাদী শাসক হৈ উঠে।

Apply Now

উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসক কিম জং উনৰ ৰাজনৈতিক জীৱনৰ বিশেষ ১১ টা তথ্য ইয়াত উল্লেখ কৰা হৈছে।

১. তেওঁ দাবী কৰে যে তেওঁ উত্তৰ কোৰিয়াৰ সামৰিক শাসক কিম জং দ্বিতীয়ৰ জ্যেষ্ঠ পুত্ৰ। কিন্তু কিম জং উনৰ জন্মকলৈও ৰহস্য সৃষ্টি হৈ আহিছে।

২. ২০১২ চনত ইউনিয়নে ঘোষণা কৰে কিম জং উন হৈছে পৃথিৱীৰ ‘আটাইতকৈ কামুক (Sexiest)জীৱিত ব্যক্তি’।

৩. তেওঁ শিক্ষা গ্ৰহণ কৰা ‘ইন্টাৰনেশ্যনেল স্কুল অৱ বেৰ্ণ’ত কিমৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰখা হৈছিল। ‘মেম্বাৰ অৱ দ্য এম্বেছি’ হিচাপে তেওঁক পঞ্জীকৃত কৰা হৈছিল।

৪. তেওঁৰ প্ৰিয় খেল হৈছে বাস্কেট বল।

৫. ২০১২ চনত কিম জং উন চেন্ট্ৰেল মিলিটাৰি কমিশ্যনৰ পাৰ্টিৰ অধ্যক্ষ হয়। ইয়াৰ উপৰি তেওঁ দেশখনৰ সৰ্বোচ্চ প্ৰশাসনিক সংস্থা নেশ্যনেল ডিফেন্স কমিশ্যনৰো অধ্যক্ষ হয়।

৬. তেওঁ দেশখনৰ শাসক হোৱাৰ লগে লগে দেউতাকৰ দিনৰ প্ৰশাসনিক বিষয়াক বৰ্খাস্ত কৰে। আনকি নিজৰ খুৰাক জং চং-থেক আৰু চাং চং-টেককো বৰ্খাস্ত কৰে।

৭. কিম জং উনে বিশেষভাৱে ম’ৰাণবং বেণ্ডৰ সদস্যসকলক নিৰ্বাচন কৰিছিল। উল্লেখ্য যে এইটোৱেই উত্তৰ কোৰিয়াৰ ইতিহাসৰ প্ৰথমটো মহিলা সদস্য থকা বেণ্ড। যিটো ২০১২ চনত আত্মপ্ৰকাশ কৰিছিল।

৮. কিম জং উন উত্তৰ কোৰিয়াৰ শাসনৰ বাঘজৰি লোৱাৱ লগে লগেই ২০১২ এপ্ৰিল মাহত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ কৰে যিদও ব্যৰ্থ হয়, কিন্তু একেটা বৰ্ষৰে ডিচেম্বৰত পৰৱৰ্তী বৰ্ষৰ ফেব্ৰুৱাৰীত পুনৰ পৰীক্ষণ কৰি সফল হয়।

৯. ২০১২ চনৰ জুলাই মাহত কিম জং উন সেনাবাহিনীৰ মাৰ্শ্বলৰূপে ঘোষিত হয়। আৰু তেওঁ সৰ্বসন্মতিক্ৰমে চুপ্ৰিম পিপলছ এছেম্বলীৰ উপাধ্যক্ষৰূপে নিৰ্বাচিত হয় ২০১৪ চনত।

১০. কিম জং উন আৰু মোন জে-ইনে ২০১৮ চনৰ ২৭ এপ্ৰিলত প্ৰথমবাৰৰ বাবে দক্ষিণ কোৰিয়াৰ দিশৰ পানমোনজম অতিক্ৰম কৰে আৰু অতিক্ৰম কৰা তেঁৱে হৈছে উত্তৰ প্ৰথম কোৰিয়াৰ প্ৰথমজন শাসক।

১১. আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে মুখামুখি সাক্ষাৎ কৰা উত্তৰ কোৰিয়াৰ প্ৰথম শাসকগৰাকীয়ে হৈছে কিম জং উন। ২০১৮ চনৰ ১২ জুনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কিম জং উন মিলিত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd