• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰথমবাৰৰ বাবে ক্ষমা বিচাৰিলে কিম জং উনে; কিন্তু কিয় হঠাতে উচুপি উঠিল নেতাগৰাকী?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 13, 2020 8:52 am

2 min read

WhatsApp Image 2020-10-13 at 8.11.28 AM
1.9k
VIEWS
Share on FacebookShare on Twitter

কোনো এটা বিষয়ত প্ৰথমবাৰৰ বাবে মুকলিকৈ ক্ষমা বিচাৰিলে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী নেতা কিম জং উনে।

বাতৰি অনুসৰি, কৰ’না মহামাৰীৰ পৰিস্থিতিত ব্যৰ্থ হোৱাৰ বাবে জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰে কিম জং উনে।

আনকি নেতাগৰাকীয়ে সেই মুহূৰ্তত চকুপানী মচি পেলোৱাও দেখা গৈছে।

দলৰ ৭৫সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকীত ভাষণ ৰখাৰ সময়ত কিম অতি স্পৰ্শকাতৰ হৈ পৰে। তেওঁ কয় যে উত্তৰ কোৰিয়াৰ জনসাধাৰণৰ প্ৰত্যাশা অনুসৰি তেওঁ কাম কৰিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছে।

এনেদৰে ক্ষমা বিচাৰি কথা কৈ থকা সময়তে নেতাগৰাকীয়ে চশমা খুলি চকুৰ পানী মচি নিয়া দেখা যায়।

নিজৰ পূৰ্বপুৰুষক সুঁৱৰি কিম জঙে কয়, ‘’ কিম-২ আৰু কিম জগ ইলেৰ লক্ষ্য পূৰণৰ বাবে দেশৰ জনসাধাৰণে মোক দায়িত্ব অৰ্পণ কৰিছে। কিন্তু মই চেষ্টা কৰিও জনসাধাৰণৰ অসুবিধাসমূহ হ্ৰাস কৰিব পৰা নাই। ইয়াৰ বাবে মোৰ হেঁপাহ ৰৈ গৈছে।‘’

নেতাগৰাকীয়ে নিজৰ আৱেগিক ভাষণত কৰ’নাৰ বাবে গোটেই বিশ্বজুৰি সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰে।

তেওঁ দক্ষিণ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰি তোলাৰ আগ্ৰহো প্ৰকাশ কৰে যদিও আমেৰিকাৰ সম্পৰ্কত একো উল্লেখ নকৰিলে।

সদায় বিতৰ্কিত নেতা হিচাপে চৰ্চা লাভ কৰি আহিছে কিম জং উনে। বিশ্বৰ মহা শক্তিধৰ দেশৰ বিৰুদ্ধেও অটল থাকি নিজৰ সিদ্ধান্ত জাহিৰ কৰি অহা কিমে বিভিন্ন সময়ত বাতৰিৰ শিৰোণামা দখল কৰি আহিছে।

কিন্তু সেই দুৰন্ত সাহসী, নিৰ্ভীক তথা কঠোৰ শাসকগৰাকীৰ চকুত চকুপানী দেখি স্বাভাৱিকতে হতবাক হৈ পৰিছে সমগ্ৰ বিশ্ব।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd