• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুগুণ বৃদ্ধি কৰা হ’ল ক্ৰীড়াবিদ সকলৰ মাহেকীয়া পেঞ্চন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2019 9:27 pm
Kiren-Rijiju-PTI

কিৰেন ৰিজিজুৰ ফাইল ফটো

558
VIEWS
Share on FacebookShare on Twitter

আৰ্থিক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ আগশাৰীৰ তথা প্ৰতিভাসম্পন্ন ক্ৰীড়াবিদ সকলৰ মাহেকীয়া পেঞ্চন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে। আজি এই কথা ঘোষণা কৰিছে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেন ৰিজিজুৱে।

এতিয়াৰ পৰা অলিম্পিক আৰু পেৰা অলিম্পিক গেইমছৰ পদক বিজেতা সকলে মাহেকত লাভ কৰিব ২০ হাজাৰকৈ টকা। অলিম্পিক আৰু এছিয়ান গেইমছৰ আৰ্হিত হোৱা ৱৰ্ল্ড কাপ আৰু ৱৰ্ল্ড চেম্পিয়নছৰ স্বৰ্ণ পদক বিজেতা সকলে মাহেকত ১৬ হাজাৰ আৰু ৰূপ আৰু ব্ৰঞ্জ বিজেতা সকলে ১৪ হাজাৰকৈ টকা পেঞ্চন লাভ কৰিব।

Besides the pension provisions for the ex-athletes shown below, players who have won medals in National level Games or have participated in International Sports Events and living indigent life or living under financial distress can approach the Ministry for financial assistance. pic.twitter.com/LFxzLaIwlC

— Kiren Rijiju (@KirenRijiju) July 1, 2019

ইফালে এছিয়ান, কমনৱেল্থ আৰু পেৰা এছিয়ান গেইমছত স্বৰ্ণ পদক বিজেতা সকলে ১৪ হাজাৰ, ৰূপ আৰু ব্ৰঞ্জ বিজেতা সকলে লাভ কৰিব ১২ হাজাৰকৈ টকা।

আনহাতে অৱসৰ গ্ৰহণ কৰা ক্ৰীড়াবিদ সকলক স্প’ৰ্টছ কোটাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগত চাকৰি আগবঢ়াব বুলি ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে আজি ৰাজ্যসভাত লিখিত প্ৰত্যুত্তৰত জানিবলৈ দিয়ে।

ইয়াৰ উপৰি অৱসৰ গ্ৰহণ কৰা ক্ৰীড়াবিদ সকলক নেশ্যনেল ডেভ’লপমেণ্ট স্প’ৰ্টছ ফাণ্ডৰ অধীনত একাডেমি স্থাপন তথা অন্যান্য সা-সুবিধা প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে। লগতে যি সকল ক্ৰীড়াবিদে আৰ্থিক সংকটত ভুগি আছে সেই ক্ৰীড়াবিদ সকলক ক্ৰীড়া মন্ত্ৰণালয়ৰ সৈতে যোগাযোগ কৰিবলৈও অনুৰোধ জনায়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd