• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেৰীকমৰ পৰা হাত সাৰিবলৈ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ কৌশলপূৰ্ণ মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2019 2:23 pm
Mary-Kom
3.3k
VIEWS
Share on FacebookShare on Twitter

ছয়বাৰৰ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ মেৰীকমৰ শক্তিশালী পাঞ্চৰ পৰা হাত সাৰিবলৈ মহিলাৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ নহয় বুলি দেশৰ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে কৰা বিশেষ কৌশল পূৰ্ণ মন্তব্যই এতিয়া চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত।

দেশৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে ২৭ জুনত নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এটা ভিডিঅ’ চেয়াৰ কৰিছে য’ত ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে মেৰীকমৰ পাঞ্চৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে।

ৰিজিজুৱে টুইটটোত লিখে, ‘ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ তথা ভাৰতৰ গৌৰৱ মেৰীকমে বাৰে বাৰে কৈ আছিল; কাম অন, কাম অন, লে’টছ ফাইট! মই শংকিত হৈছিলো সেয়ে মই বাহনা বনাইছিলো। মই কৈছিলো, ‘মই মহিলাৰ সৈতে যুদ্ধ নকৰো’,’।

Six times World Boxing Champion and India's pride, Mary Kom kept saying; Come on, come on, let's fight!
I was so scared that I had to take an excuse. So I said, "I don't fight with women"😊 @MangteC pic.twitter.com/vjoKvJEXq9

— Kiren Rijiju (@KirenRijiju) June 27, 2019

উল্লেখ্য যে ক্ৰীড়া মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ কিছু দিন পাছতে নতুন দিল্লীস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়াম স্প’ৰ্টছ ট্ৰেইনিং চেণ্টাৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে খেলুৱৈ তথা প্ৰশিক্ষক সকলৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হৈছিল। মত বিনিময়ৰ সময়ত মন্ত্ৰী গৰাকীয়ে ভাৰতীয় খেলুৱৈ সকলক বিশ্ব মানৰ কৰি তোলাৰ বাবে সকলো প্ৰকাৰৰ সুবিধা প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইফালে এ এন আইৰ সূত্ৰৰ পৰা জানিব পৰা মতে লণ্ডন অলিম্পিকছৰ মেডেলিষ্ট মেৰীকমে ২০২০ অলিম্পিক গেইমছৰ কোৱালিফিকেশ্যনৰ বাবে প্ৰস্তুতি চলাই আছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd