• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

যুৱৰাজ সিঙৰ বেটিং, বলিং, ফিল্ডিং আছিল অসাধাৰণ : কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 11, 2019 10:22 am
Yuvraj-Singh-

ইণ্টাৰনেটৰ পৰা সংগৃহীত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১১ চনৰ বিশ্বকাপৰ খিতাপ দখলৰ মূল নায়ক যুৱৰাজ সিঙে সোমবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট, আই পি এলৰ লগতে ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। বাঁওহতীয়া ষ্টাইলিষ্ট বেটছমেন গৰাকীৰ এই ঘোষণাৰ পিছৰে পৰা ক্ৰিকেট জগতৰ লগত জৰিত তথা অন্য বহুতে তেওঁক টুইটাৰ তথা সামাজিক মাধ্যমৰ জৰিয়তে বৰ্ণময় কেৰিয়াৰৰ কথা সোঁৱৰণ কৰে।

ভাৰতীয় ক্ৰিকেটৰ এই গৰাকী মেচ উইনাৰৰ এই সিদ্ধান্তক ৰাজনীতি জগতৰো বিভিন্ন জনে আদৰণি জনোৱাৰ লগতে ভৱিষ্যতৰ দিনবোৰৰ বাবে শুভেচ্ছা প্ৰদান কৰে। এই ক্ষেত্ৰত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ (স্বতন্ত্ৰ) ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিশেষভাৱে শুভেচ্ছা প্ৰদান কৰে ক্ৰিকেটাৰ গৰাকীক।

Apply Now

এক টুইটত ৰিজিজুৱে যুৱৰাজ সিং সন্দৰ্ভত লিখে, ‘যুৱৰাজ সিং, তুমি ক্ৰিকেট খেলবিধৰ পৰা অৱসৰ গ্ৰহণ কৰিব পাৰা কিন্তু তুমি সদাই ভাৰতীয় ক্ৰিকেট প্ৰেমী তথা বিশ্বৰ বহুতৰ বাবে ক্ৰিকেটিং আইকন হৈ ৰ’বা। অসাধাৰণ আছিল তোমাৰ বেটিং, বলিং আৰু ফিল্ডিং। তোমাক লৈ আমি গৌৰৱান্বিত। ভৱিষ্যতৰ দিনবোৰৰ বাবে তোমাক মোৰ তৰফৰ পৰা অজস্ৰ শুভেচ্ছা জনাইছো’।

Dear Yuvraj Singh, you may have retired from the competitive cricket game but you will remain a cricketing icon for every Indian & millions across the globe. What a batsman, bowler & fielder you have been!
We are proud of you👍
I extend my best wishes for your future endeavours! pic.twitter.com/mYc4iUgH21

— Kiren Rijiju (@KirenRijiju) June 10, 2019

উল্লেখ্য যে ভাৰতৰ এই গৰাকী ক্ৰিকেটাৰে ১৭ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৩০৪খন এদিনীয়া, ৪০খন টেষ্ট আৰু ৫৮ খন টি-২০ মেচ খেলিছিল। ২০০৭ টি-২০ বিশ্বকাপ আৰু ২০১১ এদিনীয়া বিশ্বকাপ জয়ী দলৰ সদস্য আছিল তথা দুয়োটা বিশ্বকাপতে যুৱৰাজে ‘মেন অব দ্য টুৰ্ণামেণ্ট’ৰ সন্মান পাবলৈ সক্ষম হৈছিল।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৪০০ৰো অধিক মেচ খেলা যুৱৰাজ সিঙে টেষ্টত ১,৯০০ ৰান, এদিনীয়াত ৮,৭০১ ৰান আৰু টি-২০ত ১,১৭৭ ৰান সংগ্ৰহ কৰিছে। তদুপৰি টেষ্টত ৯, এদিনীয়াত ১১১ আৰু টি-২০ত ২৮টা উইকেট দখল কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd