• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলপূৰ্বক ওঁঠত চুম্বন! কামাল হাছানৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ মোহময়ী অভিনেত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2020 3:03 pm
kamal-haasan-rekha-kissing-scene-punnagai-mannan-1582648628

পুন্নাগাই মান্নান ছবিৰ সেই বিতৰ্কিত চুম্বনৰ দৃশ্যটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদৰ পাছত এইবাৰ দক্ষিণৰ ছবি জগতক #MeTooবিতৰ্কৰ ধুমুহাই জোকাৰিছে। যৌন নিৰ্যাতনৰ অভিযোগ এইবাৰ দক্ষিণৰ ছবি জগতৰ ছুপাৰষ্টাৰ তথা ৰাজনীতিক কামাল হাছানৰ বিৰুদ্ধে।

চলচ্চিত্ৰ এখনৰ শ্বুটিঙৰ সময়ত হঠাতে কামাল হাছানে ওঁঠত চুম্বন কৰাৰ অভিযোগ তুলিছে দক্ষিণৰ বৰ্ষীয়ান অভিনেত্ৰী ৰেখাই।

Apply Now

অৱশ্যে, এই ঘটনা এতিয়াৰ নহয়। এয়া বহুদিন আগৰ ঘটনাহে। “পুন্নাগাই মান্নান’ নামৰ ছবিখনত একেলগে কামাল হাছান আৰু ৰেখাই অভিনয় কৰাৰ সময়ৰ ঘটনা এয়া।

ছবিখনৰ শ্বুটিং চলি থকা সময়ত হঠাতে ৰেখাৰ ওঁঠত চুমা আঁকি দিয়ে কামাল হাছানে।

ৰেখাই কয়,“কিছু জোৰ কৰিয়েই সেয়া ঘটিছিল। আৰু সেইটো মোৰ সন্মতিৰ বিৰুদ্ধেই।‘

দৃশ্যটোৰ শ্বুটিং হৈ যোৱাৰ পাছত ৰেখাক কোৱা হৈছিল যে সেয়া কেবল কাহিনী আৰু চৰিত্ৰৰ দাবী অনুসৰিহে কৰা হৈছিল।

কিন্তু সেইটোৱে যদি হয় তেনেহ’লে সেই দৃশ্যত চুম্বনৰ উল্লেখ চিত্ৰনাট্যত থাকিলহেঁতেন নাইবা অভিনেত্ৰীক আগতে সেই কথা কিয় জনোৱা নহ’ল। অভিনেত্ৰী ৰেখাই তুলিছে এই প্ৰশ্ন।

ছবিখনৰ পৰিচালক বালাচন্দ্ৰ আৰু কামাল হাছানেই কেবল সেই দৃশ্যৰ বিষয়ে জানিছিল। সেয়েহে কেমেৰা ৰোল হোৱাৰ পাছতেই কামাল হাছানে যেতিয়া ৰেখাক ঘনিষ্ঠভাৱে চুম্বন কৰে স্বাভাৱিকতেই অবাক হৈ পৰে ৰেখা।

আনহাতে, পৰিচালক বালাচন্দ্ৰৰ অনুমতি অবিহনে কামাল হাছানে কিদৰে চুম্বন কৰিব পাৰে তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে ৰেখাই। ৰেখাৰ সমৰ্থনত থিয় দিছে দক্ষিণৰ প্ৰসিদ্ধ অভিনেত্ৰী চিন্ময়ী শ্ৰীপদে।

শেহতীয়াকৈ টেলিভিশ্বনৰ এক সাক্ষাৎকাৰত চলচ্চিত্ৰখনৰ সেই শ্বুটিঙৰ ঘটনাৰ কথা সদৰী কৰিছে ৰেখাই।

ইয়াৰ পাছতেই দক্ষিণৰ ছবি উদ্যোগৰ এক বৃহৎ অংশই ৰেখাৰ সমৰ্থনত আগবাঢ়ি আহিছে।

কোৱা হৈছে যে ঘটনাটো যিসময়ৰ সেই সময়ত কামাল হাছান দক্ষিণৰ ছবি জগতত অত্যন্ত প্ৰভাৱশালী অভিনেতা আছিল। সেয়েহে সম্ভৱত: তেওঁৰ বিৰুদ্ধে কোনেও মুখ খোলাৰ সাহস কৰা নাছিল।

ৰেখাই লগতে কয় যে “পুন্নাগাই মান্নান’ ছবিখনৰ শ্বুটিঙৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৬ বছৰ। তদুপৰি, ছবিজগতত তেওঁ নৱাগত। সেয়েহে চাগে তেওঁৰ পৰা কোনোৱে অনুমতি লোৱাৰ প্ৰয়োজন বোধ নকৰিলে।

ছবিখনৰ সেই দৃশ্যৰ শ্বুটিং হৈ যোৱাৰ পাছত লাজত জয় পৰি যায় ৰেখা। পৰ্দাত কন্যাৰ চুম্বন দেখি পিতৃয়ে কি ভাবিব সেয়া ভাবিয়েই তেওঁ মানসিকভাৱে ভাগি পৰিছিল।

যি নহওক ৰেখাই এই ঘটনাৰ কথা সদৰী কৰাৰ পাছতেই ছবিজগতত প্ৰৱল আলোড়নৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd