• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধোনীয়ে সপোনতো ভাৱিব নোৱাৰা সেই অভিলেখ গঢ়ি দেখুৱালে ৰাহুলে! মুগ্ধ অনুৰাগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2023 10:26 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ প্ৰথমখন টেষ্টত ভাৰতীয় দল অলপ শলঠেকত পৰিছে। ভাৰতক ৰাবাডা, বাৰ্গাৰ বাহিনীয়ে ২৪৫ ৰানত আউট কৰাৰ পাছত দ্বিতীয় দিনৰ শেষত দক্ষিণ আফ্ৰিকাৰ টপ অৰ্ডাৰে ৫ উইকেটত ২৫৬ ৰান সংগ্ৰহ কৰি ১১ ৰানৰ অগ্ৰগতি লাভ কৰে। কালি দক্ষিণ আফ্ৰিকাৰ পেচ আক্ৰমণৰ বিৰুদ্ধে লোকেশ ৰাহুলে দৃঢ়তা নেদেখুৱালে ভাৰতৰ অৱস্থা আৰু বেয়া হ’লহেঁতেন।

বক্সিং ডে’ টেষ্ট সদায় ৰাহুলৰ বাবে স্মৰণীয়। ঠিক দুবছৰ পূৰ্বে বক্সিং ডে’ টেষ্টত এই চেঞ্চুৰিয়ানতে ৰাহুলে এটা দৃষ্টিনন্দন শতক অৰ্জন কৰিছিল। এইবাৰো তেওঁ ঠিক একে কামেই কৰিলে। প্ৰথম দিনাই ৭০ ৰানত অপৰাজিত হৈ থকাৰ পাছত তেওঁ ১৩৭ বলত ১০১ ৰান সংগ্ৰহ কৰি ভাৰতক ২৪৫ ৰানৰ সন্মানজনক স্ক’ৰলৈ লৈ যায়।

লগতে পঢ়কঃ ‘MPhil স্বীকৃতিপ্ৰাপ্ত ডিগ্ৰী নহয়’, বহু বিশ্ববিদ্যালয়ত কোৰ্চ অফাৰৰ মাজতে স্পষ্ট কৰি দিলে UGCয়ে

Apply Now

শচীন তেণ্ডুলকাৰ আৰু অজিংক্যা ৰাহানেৰ পিছত বক্সিং ডে’ টেষ্টত দুটা শতক অৰ্জন কৰা তেওঁ তৃতীয়জন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰিও তেওঁ বিদেশত বক্সিং ডে’ টেষ্টত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় উইকেটকীপাৰ হিচাপে পৰিগণিত হয়।

বক্সিং ডে’ টেষ্টত ভাৰতৰ হৈ শতৰাণকাৰীৰ তালিকা:

১. দিলীপ ভেংছাৰকাৰ (১৯৮৮)

২. কপিল দেৱ (১৯৯২)

৩. মহম্মদ আজহাৰুদ্দিন (১৯৯৮)

৪. শচীন তেণ্ডুলকাৰ (১৯৯৮)

৫. শচীন তেণ্ডুলকাৰ (১৯৯৯)

৬. বীৰেন্দ্ৰ সেহৱাগ (২০০৩)

৭. বিৰাট কোহলী (২০১৪)

৮. অজিংক্যা ৰাহানে (২০১৪)

৯. চেতেশ্বৰ পূজাৰা (২০১৮)

১০. অজিংক্যা ৰাহানে (২০২০)

১১. লোকেশ ৰাহুল (২০২১)

১২. লোকেশ ৰাহুল (২০২৩)

ইয়াৰ পূৰ্বে এছিয়াৰ বাহিৰত বিদেশত টেষ্ট ফৰ্মেটত শতক অৰ্জন কৰিছিল মাত্ৰ চাৰিজন ভাৰতীয় উইকেট কীপাৰ বেটছমেনে। সেইদৰে, দক্ষিণ আফ্ৰিকাৰ মাটিত শতক অৰ্জন কৰিব পাৰিছিল কেৱল ঋষভ পন্থে। এই সন্মান মহেন্দ্ৰ সিং ধোনিৰ দৰে তাৰকাৰ নামতো নাছিল। কিন্তু ৰাহুলৰ অনবদ্য শতকে এই মহান তালিকাত স্থান অৰ্জন কৰিলে। উল্লেখ্য যে মহেন্দ্ৰ সিং ধোনীয়ে পাকিস্তানৰ বিৰুদ্ধে উইকেটকীপাৰ বেটছমেন হিচাপে শতক অৰ্জন কৰিছিল।

Centurion at Centurion once again! 🫡#KLRahul, TAKE A BOW!#TeamIndia's new keeper-batter rises to the occasion & brings up a memorable ton under tough circumstances.

His success mantra – Always #Believe!

Tune in to #SAvIND 1st Test
LIVE NOW | Star Sports Network pic.twitter.com/tYoDZNNJsV

— Star Sports (@StarSportsIndia) December 27, 2023

ভাৰতীয় উইকেটকীপাৰ বেটছমেনৰ মাজত এছিয়াৰ বাহিৰত টেষ্ট শতক:

১. বিজয় মঞ্জৰেকাৰ – ৱেষ্ট ইণ্ডিজ, ১৯৫৩

২. অজয় ৰাত্ৰা – ৱেষ্ট ইণ্ডিজ, ২০০২

৩. ঋদ্ধিমান সাহা – ৱেষ্ট ইণ্ডিজ, ২০১৬

৪. ঋষভ পন্থ – ইংলেণ্ড, ২০১৮

৫. ঋষভ  পন্থ – অষ্ট্ৰেলিয়া, ২০১৮

৬. ঋষভ পন্থ – দক্ষিণ আফ্ৰিকা, ২০২১

৭. ঋষভ পন্থ – ইংলেণ্ড, ২০২২

৮. লোকেশ ৰাহুল – দক্ষিণ আফ্ৰিকা, ২০২৩

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd