• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চেন্নাইক পৰাস্ত কৰি প্লে’ অফৰ কিঞ্চিত আশা জীয়াই ৰাখিলে পঞ্জাৱ কিংছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2021 8:17 pm
IPL
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডুবাইত চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আজিৰ খেলত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে জয় লাভ কৰিছে পঞ্জাৱ কিংছে।

ডুবাইৰ ইন্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত পঞ্জাৱ কিংছে টছত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু চেন্নাইক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।

অৱশ্যে ইনিংছৰ আৰম্ভণিৰে পৰা পঞ্জাৱৰ বলিং আক্ৰমণৰ ওচৰত স্বভাৱসিদ্ধ খেল প্ৰদৰ্শনত ব্যৰ্থ হয় চেন্নাইৰ বেটচমেন সকল।

Apply Now

দলৰ স্ক’ৰ ১৮ ৰান হওঁতেই বিদায় লয় সুন্দৰ ফৰ্মত থকা ৰুতুৰাজ গাইকোৱাডে। তাৰ পাছতেই কোনো এজন বেটচমেনেই পঞ্জাৱৰ বলিঙক প্ৰত্যাহ্বান জনাবলৈ সক্ষম নহ’ল আৰু ৬১ ৰানতে ৫ টা উইকেট হেৰুৱাই।

দলৰ বেটচমেনসকলৰ ব্যৰ্থতাৰ পিছতো আনটো মূৰত ধৈৰ্যসহকাৰে খেলি দলৰ ইনিংছ আগবঢ়াই নিয়ে ডু প্লেছিচে।

ষষ্ঠ উইকেটৰ যুটিত ডু প্লেছিচে ৰবীন্দ্ৰ জাদেজাৰ সৈতে ৬৭ ৰান যোগ দি দলক এক সন্মানজনক স্থিতিলৈ নিয়ে।

ইনিংছৰ অন্তিম অভাৰত ডু প্লেছিচে ৭৬ ৰান সংগ্ৰহ কৰি আউট হয়।

সঘনে উইকেট পতন আৰু মন্থৰ বেটিঙৰ ফলত চেন্নাই দলে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত মাত্ৰ ১৩৪ ৰান সংগ্ৰহ কৰে।

পঞ্জাৱৰ হৈ জৰ্দান আৰু অৰ্শদ্বীপ সিঙে দুটা আৰু ছামি-ৰবি বিষ্ণৈয়ে এটাকৈ উইকেট দখল কৰে।

আনহাতে ১৩৫ ৰানৰ সহজ লক্ষ্য আগত লৈ পঞ্জাৱৰ অপেনাৰদ্বয় ৰাহুল আৰু মায়াংক আগৰৱালে এক শক্তিশালী আৰম্ভণি দিয়ে।

দুয়ো প্ৰথম উইকেটত ৪৬ ৰান যোগ দিয়াৰ পিছত ব্যক্তিগত ১২ ৰানত আগৰৱাল আউট হয়।

ইয়াৰ পিছত ক্ৰীজলৈ অহা ছৰফৰাজ খান,শ্বাহৰুখ খান আৰু এইডেন মাৰ্ক্ৰামো বেছি সময় ক্ৰীজত নিটিকিল।

কিন্তু অধিনায়ক তথা অপেনাৰ ৰাহুলে বিস্ফোৰক বেটিঙেৰে অকলেই দলক জয়ী কৰোৱাই।

ৰাহুল ৪২ বলত ৭ টা চাৰি আৰু ৮ টা ছয়েৰে ৯৮ ৰান কৰি অপৰাজিত থাকে। মইজেচ হেনৰিকে ৩ ৰানেৰে আনটো মূৰত অপৰাজিত থাকে।

ৰাহুলৰ এই দুধৰ্ষ বেটিঙেৰ ফলত পঞ্জাৱ কিংছে মাত্ৰ ১৩ অভাৰতে বিজয়ৰ লক্ষ্যত উপনীত হয়।

আইপিএল- ৰ দ্বিতীয় পৰ্বত নিজৰ উজ্জীৱিত প্ৰদৰ্শন অব্যাহত ৰখা শাৰ্দুল ঠাকুৰে ৩ টা উইকেট লাভ কৰে।

আজিৰ আক্ৰমণাত্মক ইনিংছটোৰ বাবে কে এল ৰাহুল মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

অৱশ্যে আজিৰ পৰাজয়ৰ পাছতো বিশেষ প্ৰভাৱ নপৰে চেন্নাইৰ ক্ষেত্ৰত। চেন্নায়ে ইতিমধ্যেই কোৱালিফায়াৰত নিজৰ স্থান সুনিশ্চিত কৰিছে।

 

আজিৰ জয়েৰে পঞ্জাৱে প্লে’ অফলৈ উন্নীত হোৱাৰ কিঞ্চিত আশা জীয়াই ৰাখিলে। অৱশ্যে এই ক্ষেত্ৰত পঞ্জাৱে কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়াঞ্চৰ প্ৰদৰ্শনলৈ বাট চাব লাগিব।

বৰ্তমান চলি থকা কলকাতা আৰু ৰাজস্থান ৰয়েলছৰ খেলখনত যদি কলকাতা বৃহৎ ব্যৱধানত পৰাস্ত হয় আৰু কালিলৈ হাইদৰাবাদ বনাম মুম্বাইৰ খেলখনত যদি মুম্বাই ইণ্ডিয়াঞ্চ পৰাস্ত হয় তেতিয়া প্লে’ অফৰ পথ সুগম হ’ব পঞ্জাৱ কিংছৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd