• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাট জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ধৰ্মেশ্বৰ শইকীয়াৰ মৃত্যু

মীনাক্ষী ফুকন,গোলাঘাট by মীনাক্ষী ফুকন,গোলাঘাট
October 19, 2021 7:21 pm
212
VIEWS
Share on FacebookShare on Twitter

কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰতিষ্ঠাৰ আঁৰৰ এজন অন্যতম ব্যক্তি ধৰ্মেশ্বৰ শইকীয়াৰ মৃত্যু।

দৈয়াং মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰয়াত শইকীয়াৰ যথেষ্ট অৱদান আছিল।

বিশেষকৈ দৈয়াং মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ টেঙানি উন্নয়ন সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক হোৱাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় পৰ্যায়ৰ উপ-সভাপতি আছিল।

জানিব পৰা মতে মধুমেহ ৰোগত আক্ৰান্ত হোৱা শইকীয়াক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ অনা অৱস্থাতে মৃত্যু হয়।

আজি এই মানৱদৰদী নেতাগৰাকীৰ অকাল মৃত্যুত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ,কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ ত্যাগক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Recent News

পশ্চিম বংগত ৰে’লৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যু!

পশ্চিম বংগত ৰে’লৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যু!

সৰুসজাইত ৮০০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হ’ব অত্যাধুনিক মেডান্টা চিকিৎসালয়, কাষতে নিৰ্মাণ হ’ব পঞ্চতাৰকা হোটেল : ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

সৰুসজাইত ৮০০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হ’ব অত্যাধুনিক মেডান্টা চিকিৎসালয়, কাষতে নিৰ্মাণ হ’ব পঞ্চতাৰকা হোটেল : ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

উচ্ছেদ অভিযানক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য: মুখ্যমন্ত্ৰীৰ সৈতে বুলড’জাৰত উঠি ঘৰ ভাঙিবলৈ সাজু অখিল গগৈ

উচ্ছেদ অভিযানক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য: মুখ্যমন্ত্ৰীৰ সৈতে বুলড’জাৰত উঠি ঘৰ ভাঙিবলৈ সাজু অখিল গগৈ

এতিয়াৰে পৰা মোবাইল কিনিবলৈ ৫০ হাজাৰৰ সলনি ১.৫ লাখ টকা লাভ কৰিব মন্ত্ৰীয়ে : ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা মোবাইল কিনিবলৈ ৫০ হাজাৰৰ সলনি ১.৫ লাখ টকা লাভ কৰিব মন্ত্ৰীয়ে : ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd