DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অখিল গগৈক সাক্ষাৎ মাতৃ প্ৰিয়দা গগৈৰ; পুত্ৰক উপযুক্ত চিকিৎসা নকৰাৰ অভিযোগ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
March 20, 2020 5:09 pm
অখিল গগৈক সাক্ষাৎ মাতৃ প্ৰিয়দা গগৈৰ; পুত্ৰক উপযুক্ত চিকিৎসা নকৰাৰ অভিযোগ
3.5k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰৰ পৰা শিৱসাগৰ সদৰ আৰক্ষী থানাত কাৰাবন্দী হৈ থকা কৃষক মুক্তিৰ নেতা অখিল গগৈক আজি তেওঁৰ মাতৃ প্ৰিয়দা গগৈয়ে সাক্ষাৎ কৰে।

পুৱা ১০.৩০ বজাত শিৱসাগৰ থানাত অখিল গগৈক সাক্ষাৎ কৰি পুত্ৰক উপযুক্ত চিকিৎসা কৰা হোৱা নাই বুলি কৈ তেওঁ আৱেগিক হৈ পৰে। অখিল গগৈ বৰ্তমান গা আৰু ককালৰ বিষৰ লগতে বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ থকা বুলি তেওঁ জনায়।

অখিল অচিৰে মুকলি আকাশৰ তললৈ অহাটো কামনা কৰি তেওঁৰ পুত্ৰক কৰা অন্যায়ৰ বিৰুদ্ধে অসমবাসীয়ে বিজেপি চৰকাৰক সময়ত সঠিক প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে নিয়া আদালতত জামিন লাভ কৰাৰ পাছত ১৯ মাৰ্চত শিৱসাগৰ সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ১৩৪৪/১৯ নম্বৰৰ গোচৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে অখিল গগৈক গুৱাহাটী কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰি শিৱসাগৰলৈ আনিছিল।

আদালতে অখিলক চাৰিদিনৰ আৰক্ষী জিম্মাত দিছিল। কালিৰ পৰা অখিল গগৈক শিৱসাগৰ সদৰ আৰক্ষী থানাত সোধাপোচা কৰি থকা হৈছে।

Recent News

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd