• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেইলৰ ভিতৰত কোভিদ-১৯ পজিটিভ; ফলিয়ালে কৃষক নেতা ধৈৰ্য কোঁৱৰৰ সতৰ্কবাণী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 5, 2020 4:06 pm
Akhil Bitu Dhajya
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত শেহতীয়াকৈ পোৱা গৈছে কোভিদ-১৯ পজিটিভ। জিন্টু নাথ নামৰ কয়দীগৰাকীৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নথকাৰ পাছতো তেওঁৰ দেহত ভাইৰাছবিধৰ উপস্থিতি পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে সকলো।

উল্লেখযোগ্য যে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ নেতা বিতু সোণোৱাল আৰু মানস কোঁৱৰ।

Apply Now

কিছুদিন পূৰ্বে, নিয়াৰ আদালতত হাজিৰ কৰোৱাৰ সময়ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত সামাজিক দুৰত্ব নথকা বুলি ধৈৰ্য কোঁৱৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

‘হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো জেইলৰ ভিতৰত সামাজিক ব্যৱধান মানি চলা হয় নে নহয়। একেটা কোঠাতে ৪০-৫০ গৰাকী লোক থাকিবলগীয়া হয়, গাত গা লগাই শুবলগীয়া হয়। মানুহ উদ্বিগ্ন আৰু সংকিত।‘ এইদৰে কৈছিল ধৈৰ্য কোঁৱৰে।

তদুপৰি, কাহিলীপাৰাস্থিত লেবৰটেৰীলৈ কন্ঠস্বৰ পৰীক্ষাৰ বাবে আটাইকেইজনক অনাৰ সময়ত গাড়ীখনতো কোনোধৰণৰ সামাজিক দুৰত্ব বৰ্তাই ৰখা দেখিবলৈ পোৱা নাযায়। আনকি মুখত মাস্ক এখনো ব্যৱহাৰৰ বাবে নিদিয়ে কৃষক নেতাকেইগৰাকীক।

কালি নিশাৰ ভাগত কাৰাগাৰৰ ভিতৰতে কোভিড পজিটিভ ওলোৱাক কেন্দ্ৰ কৰি এতিয়া উদ্বিগ্ন হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি। লগতে গুৱাহাটী জিলা কাৰাগাৰৰ ভিতৰত ক’ৰ’নাৰ গণ সংক্ৰমণ হৈছে নেকি বুলি সকলোৱে প্ৰশ্ন তুলিছে।

এই সন্দৰ্ভত কৃষক মুক্তিৰ যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই কয়, ‘আমাৰ ধাৰণা হৈছে এতিয়া কাৰাগাৰৰ ভিতৰত কয়দীসকলৰ জীৱনৰ নিৰাপত্তাক লৈ সন্দেহ ঘনীভূত হৈছে। জেইলৰ ভিতৰত থকা আমাৰ সতীৰ্থসকলে কৰা অভিযোগ মতে তাত সামাজিক দুৰত্ব একেবাৰে নাই আৰু স্বাস্থ্য বিধি সম্পূৰ্ণ উলংঘা কৰা হৈছে।‘

‘জেইলৰ ভিতৰত লেট্ৰিন বাথৰুম সকলো কয়দীৰ বাবে মুকলি হৈ থাকে। কোনো পৃথক বাথৰুম বা লেট্ৰিন নাই। খাদ্য গ্ৰহণ কৰাৰ সময়ত জুম বান্ধি লাইন পাতোতে গাতে গা লগাই থাকে আৰু হেতা-ওপৰা হয় বুলিও আমাৰ সতীৰ্থসকলে অভিযোগ কৰিছে। আনকি চেনিটাইজাৰ বা মাস্ক কাৰাগাৰৰ ফালৰ পৰা যোগান ধৰা নহয়।‘ এইদৰে কয় মুকুট ডেকাই।

‘মুঠ কয়দীৰ তিনিভাগৰ দুটা অংশক কাৰাগাৰৰ বাহিৰত অন্য কোনো আছুতীয়া ঠাইত কুৱাৰেন্টাইন কৰি ৰাখিব লাগে। জেইলৰ ভিতৰত কুৱাৰেন্টাইনৰ কোনো পৰিবেশেই নাই।‘ ডেকাই লগতে কয়।

নেতাগৰাকীয়ে সকলো কয়দীৰে স্বাব টেষ্ট কৰিবলৈ স্বাস্থ্য বিভাগক আহ্বান জনাইছে।

উল্লেখযোগ্য যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান ১১১৭জন কয়দী আছে, কিছু সময় পূৰ্বে কাৰাগাৰখনক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd